পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

op ৰবা! চোৱা! শুনা!

  • ওপৰত দিয়া এই শব্দ কেইটা লিখ এখন জাননী।

কিছুমান দেশৰ প্ৰত্যেক ৰেলৰ আড়াতে পোৱা যায়। যেতিয়া ৰেলগাড়ী আহে তেতিযা মানুহে অসাবধানতাৰ ৰেলৰ চিৰি পাৰ হৈ নেষাবলৈ এই শদ কেইটাই সাবধান কৰি দিছে। স্থিৰ মনৰ অভাৱত আমাৰো যে পাৰমাৰ্থিক মৃত্যু ঘটিব পাৰে জীৱনৰ বাটতো সেই একে সতৰ্কতাকে কৰি দিয়া আছে। এই খন পঢ়ি অমনোযোগী মানুহক বিপদৰ পৰা হাত সাৰিবলৈ সুবিধা দিছে। ? মন দি শুন মানুহৰ এটা জীজ্ঞাসু মন আছে। আমি অনাদি কাল উত্তৰ নিচাৰিছো। আমি সুখী নই, আমাৰ বিশ্ৰাম শাই, যেতিয়ালৈকে কেইটামান সমস্যাৰ সমাধান নহয় আমাক যেই সেই উৰেই ওলোটাৰ নোৱাৰে, এটা নিশ্চিত উত্তৰহে আমাক সন্তুষ্ট কৰিব। জীৱনৰ প্ৰহেলিকাৰ বিষয়ে কোনো উত্তৰে আমাক সন্তুষ্ট কৰিব নোৱাৰে, যেতিয়ালৈকে আমাৰ মন ইয়াত থিত নয়।