পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 1 ( ১২ পৰতে জৈয়ামে আকাশ পাতাল উঠিব মহান বোল, জাতি বৰ্ণ ভেলি সকলো মুখেদি মাত্ৰ যীচু ' যীচু ' বোল। নাৰী বৰেন্যা হ'ম মই ধন্য। ধন্য মোৰ গফল, মহা পূণ্য ভাগী আৰু ই পূণ্যস্থল। প্ৰত্যেকে জানিব লোকে বখানিব মই • নিলঙ্কিনী আমি পাপ-হীনা পাপীৰ তাৰণা, ইবা তুমি স্বৰ্গী 6 লুচৰ “ মহাৰাণী। 66 ॥ সত্য প্ৰশ্ন, এজন বাপ্তিষ্ট মিচন প্ৰচাৰকে নগাৰ পৰা আমালৈ পত্ৰ লিখিছে আৰু সৰু পিতৰ শৰু গিৰ্জা যে তেওঁৰে স্থাপিত কৰিছিলে তাৰ বিষয়ে জানিবলৈ খুজিছে। চিঠি দীঘল হোৱাৰ কাৰণ এই বাৰে আমি সকলো কথাৰ উত্তৰ লিখি দিব পৰা নাই। তেওঁৱে লিখিছে যে সন্ত পিতৰ গিজ্জাৰ ভেটি হৰ নোৱাৰে কিন্তু প্ৰভু যীচু খ্ৰীষ্ট অকলহে মণ্ডলীৰ এটি হব পাৰে। আমি ইয়াত তেওঁৰ প্ৰথম ভাগ প্ৰশ্নৰ উত্তৰ দিছো আৰু বাকী অহা মাহত । লিখিম। 11 Editor."