পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সজ গছ যেনে ধৰ্ম্ম তেনে চৰিত্ৰ নীতি। কাৰণ যদি ধৰ্ম্মই দয়া আৰু প্ৰেম, ক্ষমা আৰু ধৈৰ্য্য শিকাই, তালৈ উপায় দিয়ে, তেন্তে এনে ধৰ্ম্ম মানি চলা মানুহ বিলাক দয়ালু, উদাৰ, পবিত্ৰ হব পাৰে। সেই দেখি মহা পুৰুষ এজনৰ জীৱনী ভালৰূপে বুজিবলৈ মন মেলিলে, পোন প্ৰথমতে তেখেতৰ ধৰ্মৰ সংক্ষেপ বিবৰণ এবাৰ পঢ়ি চোৱা উচিত বুলি আমি বিবেচনা কৰে। সন্ত যোহন বস্ক বা দন বই কাথলিক ধৰ্ম্ম মগুলাৰ শিক্ষাতে অনু- প্ৰাণিত হৈ সৰুৰে পৰা মহত জীৱন যাপন কৰিছিল। কাথলিক মণ্ডলীননা কি? যীচু খ্ৰীষ্টৰ প্ৰতিনিধি সন্ত প'পৰ অধিকাৰত থকা বিশ্বাসী সকলৰ সমাজকে কাথলিক মণ্ডলী বোলে। সকলে দেশ আৰু জাতিৰ কাথলিক ধৰ্ম্মাবলম্বী লোকৰ সংখ্যা ৩৬,৩৮,০০,০০০ অৰ্থাৎ চয়ত্ৰিশ কোটিত কৈয়ে অধিক। এই ধৰ্মৰ আবিৰ্ভাৱ হল কেতিয়া? যি দিনান ঈশ্বৰে মানুহক শ্ৰজি তেওঁৰ লগত সম্পৰ্ক স্থাপন কৰিলে, সেই দিনাখনেই কাথলিক, ধৰ্মৰ আৱিৰ্ভাৱ হল। চয়নৰ ফুলনিত পৰা আন আৰু ইজ ই এটাষ্টপায় জিম বুলি প্ৰতিজ্ঞা পিছু উপায়