পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসীয় ভাগ হয় অক্টোবৰ, ১৯৩৫ সংখ্যা ১৪ এতিয়া আমি পৰস্পৰে ভালকৈ জানিব পাৰিছে আমাৰ বন্ধুত্ব এই কঠিন ঠাইতে বিৰ্যপ পৰিছে। মোৰ মনেৰে আমি পৰস্পৰে কিছুমান প্ৰশ্ন দাঙি ধৰি আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ দিয়াত আমি পাই সুহফি নিয়ে আগলৈ আগ বাঢ়িব লাগে। আমি পুৰণি দাৰ্শনিক পণ্ডিত সকলৰ জীবনিত পঢ়ি পাইছো যে এইটো এটি অতি উত্তম পথ যাক তেওঁলোকে জ্ঞান আবিৰ কাৰণে অনুমণ কৰি পৰস্পৰৰ মাজত কিছুমান প্ৰশ্ন তুলিছিল। চক্ৰেটীচ আৰু অনেক গ্ৰীক আৰু ৰুমীয় পণ্ডিতে এনে কৰিছিল। বাৰু আহা আমি সিবিলাকৰ আহিলৈ পৰস্পৰৰ ভিতৰত প্ৰশ্নোত আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন হব লগীয়া এই সংসাৰৰ মহৎ আলোচ্য বিষয় অৰ্থাৎ ধৰ্ম্ম। ধৰ্ম কি? সত্য ধৰ্ম কোমটো? ধৰ্ম্মে তোক কি বুজায়? ধৰ্ম্মক সুবিচাৰে বোলে, আৰু ই ঈশ্বৰে মানুহলৈ জিয়া আদেশশা বুজায় আৰু যেন মানুহে এই বাটেদিয়েই সিবিলাকক অভ্যাস কম। ধৰ্মই ৰৈ আৰু মানুহৰ মাজত সম্বন্ধ স্থাপন কৰিছে। ই এটা স্বাভাবিক বেৰে আমাক বিনা মুলে জন কৰা তেওঁৰ পৰা বিধান আৰু জীৱনৰ নিয়ম আমি