পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এজন খ্ৰীষ্টীয়ানে কি জনা উচিত? আমাৰ প্ৰভু যীশু খ্ৰীষ্টয় এই জগৎলৈ ঈশ্বৰলৈ সত্য ও ওচৰ চুবুৰীয়ালৈ সৰল প্ৰেম দিবলৈ আহিছিল। আমালোকে যদি যীশুক সত্যতে অনুসৰন কৰিব খোজো তেন্তে আমালোকে ঈশ্বৰক সকলল অন্তৰেৰে ও নিজ লগৰী বিলাকক যথাসাধ্য প্ৰেম কৰা উচিত। আমালোকে কেবল আমালোকৰ বন্ধু ও পৰিলক প্ৰেম কবিব লাগে এনে নহয়, কিন্তু শৰুকে প্ৰেম কৰা উচিত। এজন প্ৰকৃত খ্ৰীষ্টীয়ানে সকলো দোষ ক্ষমা কৰা ও প্ৰত্যেক ওচৰ চুবুৰীয়াৰ নিমিত্তে নিজকে সকলো কাৰ্যতে উৎসৰ্গ কৰা উচিত, সেই প্ৰেম কেৱল মুখৰ দ্বাৰা কিন্তু কাৰ্য্য ও সত্যতাৰ দ্বা হব লাগে। সাধু যোহনে কৈছিল যে আমালোকে যদি ওচৰ চুবুৰীয়াক ঘিনায় ঈশ্বৰক প্ৰেম কৰো তেনে হলে আমি মিছলি, আৰু সাধুপৌলে কৈছিল যে প্ৰকৃত প্ৰেমে আমাৰ পাপৰ থুপ ঢাকি ৰাখে। ঈশ্বৰক ক্ষমা খোজাৰ পূৰ্বেই আমালোকে আমাৰ ওচৰ চুবুৰীয়াক ক্ষমা কৰা উচিত। যেনেকৈ আমালোকে প্ৰভু প্ৰাৰ্থনাত কও যে “আমি যেনেকৈ আমাৰ অপৰাধী বিলাকক ক্ষমা কৰো তেনেকৈ আমাৰ অপৰাধ সকল ক্ষমা কৰা। যেতিয়া বধকৰো তাৰিলাকে তেওঁক কুত্ত দিবলৈ হাতে অৰিয়ে বিদ্ধ কৰিলি তেওঁ চিঞৰি কৈলি পিঙ্ক এ ক্লিকুমা কা; কাৰণ এওঁ