পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ২ ) বিদেশী বাতৰি অধিকাৰ ইটালি ৪ -২,০০০ হালিয়ান সৈন্য ভিতৰৰ বচনলৈ গৈছে। শুনা গে৮ে যে, নচেই অলপ দিনৰ ভিতৰতে এই দুয়োখন দেশৰ মাজত এখন যুদ্ধ হব। এবিচ নয়াণ বল কে অনেকবাৰ ইটা'ল ৰাজ আ মন কৰিছিল আৰু এতিয়া সি হতে পাব লগীয়া শাস্তি পাব। লুবিয়ানাঃ -(যুকোসাভীয়া) যোৱা বাৰ এই চহৰ খনত এখন বৃহৎ কাথলিক সভা হৈ গ'ল। তাত ১০০,০০০ মানুহ উপস্থিত হৈছিল। “চালিচিয়ান কাৰ্ডিনেল হলণ্ড সভাপতি আছিল। ওলেগু শিক্ষা বিভাগৰ মন্ত্ৰী মিষ্টাৰ মাৰ্চেন্ট প্ৰটেষ্টান্ট আছিল। তেওঁ বহুত কাথলিক স্কুল পৰিদৰ্শন কৰি কাথলিক ফাদাৰ আৰু চিষ্টাৰ বিলাকে ছাত্ৰবিলাকক উদাৰতাৰে ভালকৈ শিকোনা দেখি কাথলিক ধৰ্ম গ্ৰহণ কৰিলে। মাল্টা ও মাল্টা দ্বীপত এজন ইংৰাজ নৌ-সেনাপতিয়েও প্ৰটেস্টান্ট ধৰ্ম্ম এৰি কাথলিক ধৰ্ম লৈছে। অলপতে ইয়াত এখন কাথলিক সভা বহিছিল আৰু তাত আমাৰ প্ৰভুৰ সম্মানাৰ্থে পবিত্ৰ ইউকাৰিষ্ট পতা 1 হৈছিল। ম্পেইন ঃ -পদো নামেৰে এজন ডেকা কাথলিকে অকলে উৰ জাহাজেদি ৩, •• মাইলতকৈযো বেছি দূৰ স্পেইনৰ পৰা আমেৰিকালৈ গৈছিল। তেওঁৰ লগত আমাৰ মহিলা মাৰীয়াৰ এখন চৰি থকাৰ কাৰণে । তে অকনো ভৰ নকৰিছিল আৰু তেওঁ সকলো সময়তে মালা জপিছিল।