পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ ১৯ ) ..। বিদেশী বাতৰি। '। কানাডা ঃ -এই দেশৰ এখন সৰু চহৰত একে সময়তে পাচটা লৰা ছোৱালী জন্মিছিল। আমেৰীকাৰ সকলো অংশৰ পৰা বহুত মানুহ সিহঁতক চাবলৈ গৈছিল। আফুিকা — এই দেশ খনক কলা মহাদেশ বোলে। কিন্তু এতিয ইযাত যা খীষ্টৰ পোহৰ বহুদুৰলৈ বিয়পি পৰাত বগা মগদেশ হৈছে। যোৱা বছৰত ৩০০০,০০০ কেও বেচি নিগ্ৰো কাথলিক হৈছে। চিনঃ -জাপানে মানটুকু বেলা উৰ অংশ অধিকাৰ কৰিছে। এতিয়া জাপানি বিলাকক আন এটা অংশ লাগে গ তকে যুদ্ধ হব। বলিভিয়াঃ- আমেৰীক) কেইবা মগে বলিভিযাই গ্ৰে চাকু বোলা এড়োখৰ ঠাইৰ নামতে পাৰাগুবেৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। এতিযা দুয়োখন দেশৰ মাজত শান্তি স্থাপন হৈছে। জাৰ্মানিঃ -এই দেশত নাজি বিলাকে সকলো অধিকাৰ কৰিলে। এতিয়া সিহ'তে ধৰ্মৰ বিৰোদ্ধে যুদ্ধ কৰিব খুজিছে , কিন্তু সি তে দেখিছে যে, এইটো অসম্ভব। জাম্মানিত থেচো নিমান নামে এজনা পবিত্ৰ কুমাৰী আছে। তাই বহুবছৰৰ কাৰণে এ তযা একো নেখায; তাই কেৱল প্ৰত্যেক ৰাতিপুৱা পবিত্ৰ কমুন্য লয়। তাইৰ গাত আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ কুচত মৰা বাৰ দাগ আছে। বহুত মানুহে তাইক চাবলৈ গৈছে আৰু তাই সিহ তক দিযা সঙ্গ উপদেশ শুনিছে। তাই বহুত ভবিষ্যত কথা কব পাৰে। বহুত দুষ্ট মানুহ তাইৰ ওচৰলৈ গৈ পৰিবৰ্তন হৈছে। ৰুচিয়া ঃ—বলচেভিষ্ট বিলাকে বহুত ধুনীয়া আৰু পুৰনি গিৰ্জা ধ্বংশ কৰিলে। সিহঁতে ধৰ্ব উঠাই দিব খুজিছে। কিন্তু মানুহ বিলাকে যদি বলৰে গিৰ্জা বিলাক টানি আনিব পাৰে, তেনে হলে সিহঁতে কেতিয়াও সিহতৰ হৃদয়ৰ পৰা বুলৰে খ্ৰীষ্টিয়ান ধৰ্ম্ম টানি আনিব নোবাৰে। 1