পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০ )


সাঁথৰ

পুৰস্কাৰ!

পুৰস্কাৰ!!

মই কোন?

(১) মই মোৰ ঘৰ পিঠিত তুলি নিব পাৰোঁ
মই লাহে লাহে মাটিত খোজ কাঢ়িব পাৰোঁ
মই পানীত সাঁতুৰিবও পাৰো৷
 কোৱাচোন মই কোন?

(২) মই বৰ অহঙ্কাৰী আৰু অযোগ্য।
মোৰ পাখিবিলাক নীলা আৰু সেউজীয়া।
মই মোৰ পাখিবিলাক ব্যৱহাৰ কৰাৰ দৰে নেজো
ব্যবহাৰ কৰিব পাৰো।
 মোক কোন বুলি ভাবা?

(৩) মই মোৰ ডেকাকাল পানীত কটাও।
মোৰ নেজ থকা কালত ঠেং নাছিল।
মোৰ এতিয়া ঠেং আছে কিন্তু নেজ নাই।
মই মাটি আৰু পানীত থাকো।
 মোৰ নাম কি?

বিশেষ কি চাব লগীয় :—

 আমি এই সাঁথৰ কেইটাৰ যি শুদ্ধকৈ উত্তৰ দিব পাৰিব এটা ধুনীয়া পুৰস্কাৰ দিম।

ASAMIYAR BANDHU
Name
Address
P.O.-


 PERMISSU SUPERIORUM
 PRINTER AT THE CATHOLIC ORPHAN PRESS, CALCUTTA
EDITED BY REV. FR. A. ALESSI, S.C., CATHOLIC MISSION TEZPUR (ASSAM)