পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰেমৰ চাক্ৰামেট। Cameroon আমাৰ প্ৰভু যীচু খ্ৰীষ্টই আমাক ভাল পাইছিল গতিকেই তেওঁ সদাই আমাৰ মাজত থাকিবলৈ ইচ্ছা কৰিছিল; নহয়, তেওঁ আমাৰ আহাৰ হবলৈ আৰু কোনো প্ৰকাৰে আমাৰ হৃদযত থাকিবলৈ খুজিছিল! সেই কাৰণেই তেওঁ তেওঁৰ প্ৰেমৰ “চাক্ৰামেট ” উলিযাছিল। সেয়ে পবিত্ৰ ইউকেৰিষ্ট, যত ৰুটি আৰু দাখ। তেওঁৰ শৰীৰ আৰু তেজলৈ সলনি হৈছিল। যেতিয়া পুৰোহিতে পবিত্ৰ উচৰ্গাৰ মাজেজি ৰুটি আৰু দাখা আশীৰ্বাদ কৰে আৰু অৰ্পণ কৰাৰ শব্দ উচ্চাৰণ কৰে; তেতিয়া বেদিৰ ওপৰত আমাৰ প্ৰভু যীচু খ্ৰীষ্ট উপস্থিত; তেৱেঁই পৰিত্ৰ কুমাৰীৰ দ্বাৰাই জন্ম হৈছিল আৰু সেয়ে স্বৰ্গৰ মহিমাত। যীচুয়ে কৈছিল-বিয়েই এই ৰুটি খাব (তেওঁৰ শৰীৰ) তেওঁ চিৰকাল জীয়াই থাকিব। তেওঁ মোত আৰু মই তেওঁত থাকিম। “ থিক এই মহত সত্যৰ কথা ভাব। যেতিয়া আমি পবিত্ৰ কমোনিয় পাও, তেতিয়া আমি যীচুত আৰু যীচু আমাত হয়। আমি তেওঁৰ শৰীৰৰ অঙ্গ হওঁ। আমাৰ কাৰণে কি এটা মহত সম্মান। তেনে আমাৰ কি কৰ্তব্য হোৱা উচিত? পহিলাতে এনে এজন মহত অভিকি পাৰলৈ আমি নিজক মোগাৱা উচিত যেতিয়া পৃথিবীৰ জন্য ব্যয় গোয় ঘৰ সোমাই,