সমললৈ যাওক

পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- - জয় আনুহ বিলাক আহিবলৈ অসম্মত হল জমি, মই সুখিয়া আৰু সাধাৰণ বিলাকৰ মাতিম"। সেই কাৰণে তেওঁ আকৌ তেওঁৰ চাৰৰ বিলাকক পঠালে, যি ৰাস্তা আৰু হাত বিলাকৰ মাজেদি গৈছিল আৰু শীৰ্ষে ৰজাৰ কাৰেং আলহিৰে ভৰি পৰিল। প্ৰকাণ্ড তো খৰ মুকলি কৰি দিয়া হ'ল। সিহঁত সকলোৱে খুব জাক জমকৰে সজোৱা মেজ বিলাকত বহি খুব ভাল জাত পানীৰ ভাগ ল'লে। সিহঁত সকলো খুব সুখী আৰু আনন্দিত হ'ল। মৰমৰ বন্ধু সকল। এই দৃষ্টান্তৰ অতি ডাঙ্গৰ অৰ্থ আছে। সেই ভাঙ্গৰ ৰজাই পৰমেশ্বৰ;-পুতেক যীচু খ্ৰীষ্ট। বিবাহ ভোজেই পৃথিবীত @ষ্টিয়ান ধৰ্ম আৰু স্বৰ্গত অনন্ত আত্মা। চাৰুৰ বিলাকেই মিচনাৰী বিলাক, যি ঈশ্বৰৰ ৰাজ্যলৈ সকলোকে নিমন্ত্ৰণ কৰিবলৈ সকলো ঠাইলৈকে গৈছিল। সিহঁত প্ৰথমে ভদ্ৰ আৰু জ্ঞানী মানুহ বিলাকৰ ওচৰলৈ গৈছিল কিন্তু তেওঁ লোকে শুনিলে, তেওঁলোক বৰ অহঙ্কাৰী। সেই কাৰণে সিহত দুখীয়া আৰু সাধাৰণ বিলাকৰ ওচৰলৈ গ'ল, আৰু ধৰা, আমাৰ দেশত সিহঁতেই এক বাৰ্তাৰ পোহৰ পাইছে। সিহঁতেই ৰাজ কাৰেঙত সোমাই স্বৰ্গত। অনন্ত আয়াত প্ৰবেশ কৰিব। কাৰণ দুখীয়া কুলি বিলাকেই তোমালোক যেতিয়া আন্ধাৰত পৰিবা, এদিন উজ্জল পৰিদত ঈশ্বৰৰ ৰাজ্যত বহিব। অনভিজ্ঞ বিলাকে তোমা, লোকক কব-আমি তোমালোকৰ দৰে চতুৰ নহয়, কিন্তু আমি ঈশ্বৰত আৰু তেওঁৰ পুতেক যীচু খ্ৰীষ্টত বিশ্বাস কৰো। আমি মিচনাৰী বিলাকে কি কৈছিল বিশ্বাস কৰে, কিয়নো সিহঁতেই ঈশ্বৰৰ চাকৰ আৰু তেওঁৰ নামত আহিছিল। আমি এতিয়া স্বৰ্গৰ আনন্দত সুখী; তোমালোক তোমালোকৰ সকলে জ্ঞানেৰে হেপাহ নপলোৱা জুইত, কিয়নো তোমালোকে তেওঁ পঠোৱা চাকৰ বিলাকক নেমানিলা। মৰমৰ বন্ধু সকল। এতিয়াও তোমালোক সময় আছে। ঈশ্বৰৰ চাকৰ বিলাক তোমালোকক মাতি এতিয়াও ইয়াতে আছে। “আহা! সকলো সাজু ভোজ তৈয়াৰী হৈ আছে; ঈশ্বৰৰ পুত্ৰ যীচুৰ মহত ভোজ- লৈ আহ! অসমীয়াৰ স”