পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

বিদেশৰ বাতৰি



 ফ্ৰান্স: - ইয়াতে পৃথিবীৰ ভিতৰত সকলােতকৈ ডাঙ্গৰ জাহাজ সজা হৈছিল। জাহাজ খনৰ নাম “নৰমান্দী’’ তাত ২০০০ ত কৈও বেছি, মানুহ যাব পাৰিছিল। ই এখন ওপঙি থকা চহৰৰ দৰে। ই বৰ বেগাই যায়, আৰু ঘণ্টাত ১০০ মাইল কৈ চলে।

 আমেৰিকা :- দেট্ৰয়ত নগৰত এজন কাথলিক পুৰােহিতে বাস কৰিছিল, কাথলিক ফাদাৰে প্রত্যেক দেওঁবাৰে টেলিগ্ৰাফৰ সহায়েৰে উপসনা বিষয়ক একোচা বক্তৃতা পঠাইছিল। ৩০০০০০০ ত কৈও বেছি মানুহে তেওৰ সেই বক্তৃতা শুনিছিল । কেইবা হাজাৰো প্রটেচটাণ্ট কাথলিক হৈছিল।

 স্পেইন:- ঈশ্বৰৰ বিৰােদ্ধি মানুহ বিলাক ধ্বংশ হৈছে । এতিয়া গভনমেণ্ট কাথলিক বিলাকৰ হাতত আৰু সম্ভবতঃ ৰজাও উলতি যাব।

 ইতালিঃ - ৰােমত ১০০ কৈও বেছি কাথলিক গিজা আছে। বাসিন্দা মানুহ প্রায় এক লাখ আৰু সকলোৱেই কাথলিক। প্রটেচাটণ্ট বিলাকে এটা প্রকাণ্ড গির্জা সাজিবলৈ চেষ্টা কৰছিল, কিন্তু মহাশয় মুচলিনিয়ে বাধা দিছে

 এবিচিনিয়াঃ - এই দেশখন আফ্ৰিকাত। বৰ্ত্তমান তাত ইতালিৰ বিৰোদ্ধে মৰা মৰি আৰু কাজিয়া চলিছে। সম্ভবতঃ সােন কালে এখন যুদ্ধ হব । কিন্তু এবিচিনিয়াই