৩ ( ১১ ) কেনেকৈ এজন খ্ৰীষ্টিয়ান মৰা উচিত 'এক পিচ পঠিত থকা চাৰ খনলৈ চেনা। তাত তুমি দেখি গামাৰ প্ৰ যীচু খ্ৰীষ্টৰ প্ৰতিপালক পিতা প বত্ৰ যোচে। তেও প্ৰায় মতুয আৰু শয্যাগত। কিন্তু তেও মৃত্যু লৈ ভয় নকৰে। তেওঁৰ কাষত যী; আৰু ম'ৰীয়া। তেওঁ তেওঁবিলাকত তেওঁৰ খুব আনন্দ আৰু শাশা দেখছে। তেওঁৰ পবিত্ৰ আত্মিক স্বৰ্গ লৈ লৈ যাবলৈ তেওঁৰ মত এটা স্বৰ্গীস ৮ সাজু হৈ আছিল। কি সুন্দৰ মৃত্যু। মৰমৰ পাক। আমিও এই দৰে মৰিবলৈ খুব আশা কৰে। মাক সান্তনা দিবলৈ আৰু আমাৰ কাৰগেৰ বাট মুকলি কৰি দিবলৈ আমি যী, আৰু মাৰিষাক আমাৰ কাষত পাইছো। কিন্তু যদি আমি প' ২ আৰু সুখেৰে মৰলৈ যাওঁ তেন্তে আমিও পবিএ জীবন গোপন কৰিবলৈ খুব চেষ্টা কৰা উচিত। আমাৰ মৃত্যু থিক আমাৰ • নৰ নিচিনা হব। যদ গাম ৩ খ্ৰষ্টিযান ও আৰু আমাৰ সকলো কাম লি কৈ সম্পূৰ্ণ ক'ৰ কৰে। তেন্তে আমাৰ একোলেকে ভয় নাই। ‘দ আমি আমাৰ জণি' ঈবক ভাল পাও তেনেহলে তেওঁ তেওঁৰ ভাল পোলা আমাক দিব। • আমি আম'ৰ প্ৰভু যী, খাষ্টৰ উপদেশ মতে 7,, তে েআম নিশ্চয এক স্বৰ্গব মাহমাত লগ ধৰিব পাৰিম। যাদ আমি আমাৰ জীবন ব্যে বাটেদি নিও, য'দ আমাৰ খ্ৰীষ্টিয়ানৰ কব্য পাহৰি যাও, গান যদি আমি ঈশ্বৰৰ আৰু ম'লীৰ আদেশ উপলা কৰে তেন্তে আমাৰ মৃত্যু কেতিয়াও পবিত্ৰ আৰু সুখী হব নোৱাৰে। তেতিয়া যীচু আৰু মাৰিয়া আম'ৰ ওচৰলৈ নাহে; কেৱল আমাৰ আত্ম তলত থকা নকৰ অন্ত নোহ জুইলৈ লৈ যাবলৈ ভুত- প্ৰত হে আহিব।
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১০৯
অৱয়ব