(৮৩)
মান সৎকাৰ হৈচিল তাকে দেখি তেঁও সদ্বক্তা হবলৈ বৰ
উৎসাহ পালে; সেই নিমিত্তে সকলো সুখকে এৰি পুরুষাৰ্থ
কৰিব ধৰিলে আৰু কালি স্ত্ৰেতচ্যিমান দিন এথেন্স
নগৰত আচিল তিমান দিন তেঁওৰ লগনেৰি তেঁওৰ উপদে
শৰ পৰা যিমান পাৰে তিমান শিকিলে।
প্ৰথমেই তেঁও লৰা থাকোঁতে তেঁওৰ সম্পত্তি ৰক্ষকৰ বিপক্ষে এক বক্তৃতা কৰি সম্পত্তি ও ভোতাইললে, ইয়াতে উৎসাহ পাই তেঁও পিচে লোক সকলৰ আগত বক্তৃতা কৰিলে কিন্তু তাততেঁওৰ অসম্ভ্ৰম হে হল।
তেঁওৰ মাত বৰ সৰু আৰু বেয়া আচিল দেখি সভাৰ সকলোৱে তেঁওৰ কথা শুনি উপহাস কৰি হাতত চাপৰি বজাই নিন্দা কৰিলে তাতে তেঁও বৰ লাজ পাই তললৈ মুখ কৰি ঘৰলৈ জাঁওতে চেটাইৰচ্ নামে এজন সদ্বক্তা তেঁওৰ মিত্ৰে বাটত লগ পাই দিমন্তিণীচ্ৰ বিমৰ্ষ হোৱাৰ কাৰণ শুনি কলে বোলে মিত্ৰ এই বোৰ দোষ গুচাবৰ উপায় আচে পিচে তেঁও এক কাব্যৰ শ্লোক মাতিব দিলত দিন স্তিণীচে গালে তাৰ পিচৎ চেটাইৰচে্ এনেহে মাত আৰু ভঙ্গিৰে গালে যে দিমস্তিনিচেই কলে বোলে ময়মতা শ্লোক ইন হয় তেতিয়াই দিসস্তনীচে আপোনাৰ দোষ জানি সেই দোষ বোৰ গুচাবৰ নিমিত্তে বৰকৈ পুরুষাৰ্থ কৰিব ধৰিলে।
তেঁওৰ সাতৰ স্বাভাৱিক ষি দোষ আচিল তাকে গুচাবৰ