পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮১)


কথা সুধিলে অতিশয় উদ্বিগ্ন নোহোৱাকৈ তাৰ উত্তৰ দিব নোৱৰা; এনেহোৱা তোমালৈ আরু আনলৈকো বৰ বিষম এতেকে তুমি সমাজত ইমনে লাজ এৰি অধিককৈ সাহক ৰিবৰ পুরুষাৰ্থ কৰিবা, তেমন হলে তোমাৰ ৰীতি মৃদু আৰু নিৰ্ভয় হব।

 এনে হবৰ উপায় এই অৰ্থাৎ তুমি তোমাৰ কথা বা কৰ্ম্মৰ দ্বাৰা কেতিয়াও এনে কৰ্ম্ম নকৰিবা যাৰ পৰা তুমি লাজ পাবা।

 কিন্তু নিলাজ হোৱাতকৈ বৰ লাজুকা হোৱাই ভাল, ময় তোমাক কৈচোঁ বোলোঁ যেতিয়া বাৰে তেৰে বচৰিয়ালৰ এটাই সমাজলৈ আহি ৰাজ সভাত থকা মানুহৰ নিচিনাকৈ বৰ নিৰ্ভয় কৈ সকলোৱে সৈতে অতি চতুৰ হৈ কথা কয় তেতিয়া ময় এনে লৰাক বৰ বেয়া পাও।

 লৰাৰ স্বাভাৱিক এবিধ লাজ আচে সেই লাজ হলে বৰ আদৰণীয়, যি লৰাৰ মুঠে্ই‌ লাজ নাই তাক ভাল বুলিব লোৱাৰি কিন্তু যি লৰা অতি লাজুকাও নহয় আৰ নিলাজো নহয় অথচ লাজো আচে তাক সকলোৰে চেলে হকৰে।

INDUSTRY.

পৰিশ্ৰম।

 পৰিশ্ৰম সকলো সদ্গুণৰ মূল, মহৎ গুণ সকলো আলো

চনা নকৰিলে গুচে।