পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩২ )

দিচা এতেকে তাৰ আমৰ ভাগোতো মোক দিব দিয়া।

 তাতে বাপেকে কলে বোলে কি তোৰ ভাগ দিব? শ্ৰমী মানুহে তেন্তে সোৰোপাক খুৱাবলৈহে শ্ৰম কৰিবনে? তোৰ বাখনাত যি পাইচ তাতে সন্তোষ হৈথাক্, আলাহিয়া হোৱাৰ প্ৰতিফল এই, এতিয়া ভায়েৰৰ কপাল দেখী মোক অন্যায় কৰা নুবলিবি। ভায়েৰৰ গচ যেনে আচিল তোৰো ডাল তেনেই আচিল আরু দুই ওৰো ডাল একে ঠাইতে হৈচিল। তাৰ ডাল সি পোকৰ পৰা পতি কৰি ৰাখিছে কিন্তু তোৰ তয় কলিতে পোকক খাবলৈ দিচিলি, যি সকল বস্তু মোক ঈশ্বৰে দিচে তাক এনেই নষ্ট হবলৈ ময় দিব নোৱাৰোঁ এতেকে এই গচ ডাল তোৰ তৰ পৰা ময় নিলোঁ আরু আজিৰ পৰা তোৰ নামেও তাক নেমাতোঁ। তাক ভাল কৰি- বলৈ ভায়েৰৰ হাতত দিম আরু আজিৰে পৰা গছ আরু তাত যি আম লাগে সি সকলো ভায়েৰৰ বস্তু হব। তোক লাগে যদি আন এটা পুলি লৈ প্ৰতিপাল কৰ গৈ কিন্তু তাকো এনেকৈ গুচালে তোৰ ভায়েৰক দিম।

 মুক্তাৰামে বাপে কৰ এই ক বা ন্যায় হেন জানি বাৰিলৈ গৈ এটা ভাল চাই আতলচৰ পুলি বা চললে, আরু ভায়েকে তাক প্ৰতিপাল কৰিবলৈ বুদ্ধি দিলত সি সেই বুব্ধিৰে চলি সেই বেলি শ্ৰম কৰি ভালেমান আম পালে আৰু আগৰোও দুৰ্স্বভাৱ এৰি ভালো হল, পিচে বাপেকেও তাৰ সু প্ৰকৃতি