পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৪৫)


আৰু সেই হাতিওলালে তাৰ আগে পিচে অস্ত্ৰ সস্ত্ৰলৈ অনেক মানুহ ফুৰে, ওপৰত দণ্ড চত্ৰ ধৰে আৰু সকলোৱে দেখি সেৱা কৰে সকলে৷জন্তুতকৈ হাতিৰ অতি আচৰিত বুধি আৰু জ্ঞন।  কেই বচৰ মান হল দিল্লী নগৰত এটা হাতি বাটত এক ঘৰৰ খিড়িকীৰ ওচৰত কেতবোৰ দৰ্জিক বন কবা দেখি খিড়ি কীৰে তাৰ শুঁৰ সুমালত এটা দৰ্জিয়ে বেজি এটাৰে শুৰৰ আগত বিন্ধিলে, হাতিয়ে একো নুবুলি গৈ কেতবোৰ ঘোল৷ পানি শুৰত ভৰাইলৈ যত্ দৰ্জিহঁতে ৰন কৰিচিল তালৈকে উভতিগৈ যি কাপৰ সিচিল তাৰে ওপৰত সেই বোকাবোৰ পেলাই দিলে।  এক হাতিয়ে তাৰ মাউতক মাৰিলত তাৰ ঘৈনিয়েকে দেখি লৰ৷ চোৱালীয়ে সৈতে হাতিৰ ভৰিত পৰি কলে বোলে তয় যেতিয়াই মোৰ স্বামীক মাৰিলি মোক আৰু মোৰ লৰা হঁতকো মাৰ, হাতিয়ে থমকি মৰমলগা হেনকৈ ডাঙ্গৰ লৰাটক্ শুঁৰেৰে ডিঙ্গিত তুলিলৈ মাউত কৰিললেআৰু আন কাকো মাউত হব নিদিচিল

“OF THE BARBARISM AND MANNERS OE,  THE ANCIENT BRITOSI"

“ইংলণ্ড দেশৰ মানুহৰ পূৰ্ব কালৰ  অসভ্যতাৰ কধা।”

 দুহেজাৰ মান বচৰৰ পূৰ্ব্বে ইংগ্লণ্ড দেশৰ মানুহ [অৰ্থাৎ