( ১০৭ )
এই বোৰ দুৰ্ঘটনা হলত দুইও ভায়েকে বৰ উদ্বিগ্ন হল,
পিচে এটাই কলে বোলে আমাৰ এনে হবই পায় এই বোৰ
আমি এৰাব পাৰিলে হঁতন, আমাৰ মাটি বাৰী আরু ধন
এটাই থাকিল হঁতন আরুইমান দুখ নাপাই সকলোৱে সুখ
কৈ খাই লই থাকি সকলোৰে মনত ভাল হলো হঁতন তাতে
সি ভায়েকে মাত লগালে বোলে এই সকল সুখ আমাৰ
দোষতহে গুচিচে সকলো কথা আকৌ পূৰ্ব্বৰ দৰে হল
হঁতন যদি তেহে এই কথাত ডাঙ্গৰ ভায়েকে কলে বোলে
যি গল সি আৰু উভতি নাহে এতেকে আগলৈ জনা হওঁ
হক এই বুলি দুইও সাপটা সাপটি কৈ কলে আমি জীয়াই
থাকো মানে কাৰো কেৱে শত্ৰু নহওঁ পিচে দুই ও কান্দিলে
আরু সেই দিনৰে পৰা দুইৰো বৰ প্ৰীতি হল।
⸻
THE DECISION OF CYRUS.
“চাইৰচৰ সিদ্ধান্ত।”
নাৰায়ন। তুমি সেই চিনতঁকাৰ মাৰিব পাৰানে? মোৰ পিতাই মোক এজোৰ কাৰ ধেনু দিচে তাৰেই মাৰো হঁক বলা।
গোপাল। বারু মোক আগৈ মাৰি বলৈ দিয়া।
না। অল্প ৰবা, আগৈ তোমাতকৈ ডাঙ্গৰ বোৰে মাৰক, মোৰ মৰা হলে পিচে তোমাক দিম কিন্তু মোৰ চোলাটো বৰ টান হাত দাঙ্গিবকে নোৱাৰোঁ তোমাৰ গালৈ ভাল
হব তোমাৰ টো বৰ ডাঙ্গৰ এতেকে সলনি কৰোঁ দিয়া।