পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপ ওজা, ৭সিপ বিদ্যাত বা লিখা পহাত পাৰ্গত, a teacher of art or science ওজানি, s. ওজাৰ তিৰোতা, সিখ্যকিনি, wife of the above. ওজালি, a. বেজালি, relating to the office or work of an aja; s . an exorcist ওটা, s. ঘৰৰ পানি বাজ হোআ নলা, a spout or drain for conducting water out of a house. ওটাৰোকা, s. নিন্দনিয় মাত, গেৰেকনি ওকটাa term of abuse. ওঠাল বতিহাল, s. মাচ ধৰা বৰ জাল, a large fish net. ওঠেৰ, a. অষ্টাদহ, eighteen. ওথোৰগোথেৰি, s. ঠেহ পতা, মুখ ওফোন্দোআ, ন মতাকৈ গপ কৰা, sulkiness, pouting, sullenness, moroseness. ওদা, a. সেমেকাপাগ ঢিলা, ডকৰা, ভজাত বা৷ সুকুউআত এধ৷ কেঁচা হোআ, untempered, soft, half roasted ওদাইদাৰি, s. অধিকাৰ, গৰাকি কর্তাa master, an owner, a ruler. ওদাল, ৪. লেডু আদি কৰ৷ এবিধ গচৰ চাল, a tree the bark of which is used for making ropes. ওনাs. ওৰাধৰা, অৰিঙ, কৰিব ধৰ, উপাই কৰ, এবেলি খোলাত ভাজিবলৈ জোৰ৷ বস্তুa beginning, a commencement. ওনাওন, s. সৰহ, বিস্তৰ, abundance, plenty. ওন্দোলা, a. মেঘে আবৰন ক, মুখ ওলোমোআl, cloudy, dark, lower. ing, overcast, of a downcast look. ওন্দোলোআ, a. মেঘে ঢাকি ধৰা, গাল ওফোন্দোআ, খঙ্গ মুখে থকা, overhung with clouds, having an angry expression of coun tenance. clouded. ওপঙ্গি, . পানিত উটি ফৰা, to float on the surface of a fluid. ওপচ. দোন আদি পাত্ৰৰ মুৰে মুৰে হৈ বহা, a measure heaped up. , s ওপচ মুৰিয়া, a. জুৰুলিয়া, দোন বা কঠাৰ ওপৰত মুৰিয়া, heaped up, copious, abundant. ওপজ1, a. জন্মাহোআ, উতপন কৰা, born, begotten, produced. ওপজা দিন, s. জনম দিন, a birth day. ওপজোআ, s. জনমোআ, উলিউআ, প্রসও কৰা, the act of begetting, bringing forth; a. begotten, born. ওপৰ, a. উদ্ধ, আগৰ, ওখ, high, above, lofty; s. height. ওপৰচৰিয়া, a. তাৰ বাহিৰেও, ওপৰঞ্চি, চৰাঙ্গ চোঅ1, over and above, chief, principal s. one who acts a conspicuous part, a spy. ওপৰঞ্চি, ড° প্রধান মানুহ, a prominent person, a leador.