পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওঁহোওঁহ, interj. অনিচাব মাত, ন হই, বাধা কৰা মাত, a particle ex- pressing unwillingness negation prohibition or . ওকটপাকট, s. ওকলমাকল, পেট পকোআ, বাতি আহিব খোজাsickness of the stomach. nausea. ওকনি, ৪. চুলিৰ পোক, কাপৰত থকা পোক, a louse. ওকালি, s. বাতি আহিব খোজা, a retching or heaving with nausea. ওকোটা, s. উজৰা, লবোআ, বেয়। গলি, the stirring up of filth, a term of abuse ওকোটাঘোকোটা, s. নানা রূপে বেয়া গালি পৰা, বিকৰ্থনাexcessively abnsive language, ৪currility, ওকোলমোকোল, s. খাবৰ মন নোজোআ, অমুউআl, অনিচা, satiety, eating to the full, cloyed ওকোলা, a. মুখৰ পৰা উলিওআ৷ ব, ejected from the mouth ওখ, ৫. ওপব, উৰ্ব, থিয় জোখ, high, elevated, lofty, tall; ; height ওখ চাপৰ, a. খলাবমা, অসমান, uneven, undulating, hilly. ওখনাওখনি, s. বদিয়াবদি কৰা, উতৰা উতবি, strife, quarrel, dispute. ওগল, মলি, টাটৰি, filth, dirt. ওখোন, s. ধান খেৰ লুটিওআ বাৰি, an instrument used for stirring or turning grain when threshing or drying. ওখোনিয়াই, ড. ওখোনেৰে মৰন। মুটিওআ, to open out , to etir up, as grain on a threshing floor. ওখোৰা, a. দোদোৰা, থলাৰমা, হেট। মেচা, দ বাম, uneven, not level. ওগাইবহ, a, বহুত, অনেক, সৰহ, plentiful, abundant. ওচমেচ6. বু, বিবেচনা, আগ গুৰি, উচিত বা অনুচিত হোআৰ বুজ, understanding, consideration, sense of propriety. ওচৰ, a. সমিপ, কোম, চম, near, at hand, close to . ওচৰঘৰিয়া, a. ওচৰত থকা, সমিপত থকা, চুবুৰিয়া, neighboring, adjacent ওচৰ চুবুৰিয়া, s. প্রতিবাসি, ঘৰৰ ওচৰত থকা মানুহ, a neighbor. ওচৰাউচৰি, a. লগালগি, দেখা দেখি, near to each other, adjacent. ওচৰিয়াa. চুবুৰিয়া, ওচৰত থকাসমম্বিয়া, near, neighboring, related. ওজ, s. সামগি, ধন সোনৰ বাহিৰে সামান্য বস্তু, wealth of all kinds except gold and silver. ওজন, s. জোখ, গধুৰৰ পবিমান, weight, measure. ওজবাজ, s. সামগ্ৰি আদি, বস্তু বেহানি, things in general ওজৰ, ৪. গোচৰ, জে 1, আপতি, a complaint, an objection, a murmur. ওজৰাউজবি, a. গোচৰগুচৰি, উত্তৰাউতৰি, mutually complaining .