পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৬০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেন। instinct. সাঙ্গি, a. একে ডাল কান মাৰিৰ দুমুৰে দুটাই লোআ, 1borne by a pole resting on the shoulders of two persons. মিৰিয়া, a. সিৰ পতা বা থকাcornered, having angles or corners. মোব৪. ৰজা পাতেৰে এবিধ বৰ গচ, a species of the Indian fig tree. ৰ, হঁহুআবেচা, s. চালৰ মূৰৰ বেচl, the last layer of thatch before cover- ing the ridge. হটঙ্গ1, a. দি ঘল ডাঙ্গৰ, very tall and large. হটঙ্গাহটঙ্গ, a. সকত ডাঙ্গৰ, টানাটসন, ( হাৰ, ) brawny, large boned. হহটকট, a. সদাই আনন্দেৰে থকা, ever joyful, serene, placid. হৰৌহথেী, a. see গেৰেউগেথেউ. হাচিয়তি, ) ৪. এবিধ ঔষধিয় বন, a species of medicinal plant. হাটিয়া, } হায়ৌবিয়েী, এ, পৰৰ দূখ বা সুখ দেখি কৰা ডেপাৰনি, excitement at witnessing another's adversity or good fortune. হালধিয়া, a. হালধিৰ বনিয়া, yellow. হেজেবিয়া, a. হেজাৰৰ সমন্ধিয়, relating to a thousand. হেনাহুচাa. চলতিৰ দৰে নোহোআ, (মাত, ) corrupt, incorrect, appli. ed to accent or pronunciation.