পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৬০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাও of the mother of Parboti মেমেকৰে, ad. ডাল আদি ভগাত বহু পৰ লৈ উঠা সব্দ, with the noise of sudden breaking. মেমেৰাই, ড. মেৰমেৰ কৰি, to make a breaking, crashing sound, as of the falling of a tree or heavy branch. মেৰোকমেদোক, a. see ঠেঠেনন মেনমেন : মেলেকা, a. আ1 আদি ৰ পাগ নলগাnot well seasoned, unsavory. থোটা, ৪. বাচ অাদিত দিয়৷ সয়েকিয়৷ চিন, a mark on a weaving reed placed at every on hundred spints. মৌপিয়াa. সৰু চৰাই এবধ, a species of small bird. ৰদকাচলি, s. ৰদ পৰা ঠাই, a sunny place. লাকলঙ্গিয়া, a. ৰজৰ এবিধ খেলব, ( মানুহ, ) belonging to the In . long hel, a division of people in the days of the Assam kings লাহখালি খি, s. ই সি, লাকটি পাকটি, odds and ends. লিঙ্গলিঙ্গনি, s. জোক আদিৰ গতি, লিলিয়নি, the tortuous motion of reptiles in crawling. লিতকিত কৰে, ad. see লেততে কৰে। লিৰিকালিৰিক, a. সৰু সৰু, (মাচ আদি, ) very small, applied to fish and reptiles. টমটমা, , a. লাটম জেন ঘৰনিয়া, round like a top. ল ইম, 5চ লয়, a. সত্যবাদি, সঁচ। কোআ, truthful, mostly coupled with মিচ- লয়।, and used in language of abuse. সনা, a. মিহলি কৰ, লেটপেটোআ, সঁহা, mixed, smeared. সনাই, 3. মিহলাই, লেটপেটোআইঘাঁহাই, সানত দিয়াই, to cause to be mixed, smeared or ground. সয়েকিয়la. এসৰ, relating or belonging to a hundred. সষ্ঠa. চই সংখ্যা পুৰক অঙ্ক, sixth. সসোসিন, a. নিপুন, পাৰ্গতভালকৈ জনা, skilled, accomplished, expert. সহজোগি, a. একে লগে, একে আলচেৰে, all together of one aecord সাউতকৰে, ad. বেগতে, iোত কৰে, suddenly, with a rush or spirit. সাওপাট, s. সুজা বস্তুলৈ ইস্বৰৰ নিয়ম, ইস্বৰৰ কোনে। আচৰিত কথা প্রকাম। পালে দেখা লোকে সাওপাট বোলে, a law of nature, natural