পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰিতি ৰামপাৰ, ৪) নৈৰ কোসত থকা এবিধ চৰাই, a species of bird. ৰামায়ন, s. ৰাম অৱতাৰৰ মহ। কাব্য পুথি, দন্দ খৰিয়াল, the Ramayan, a famous poem which treats of the birth &c. of Ram. ৰাৱন, s. লঙ্কাৰ পতি, দসানন, বাখ্যমৰ ৰজা এজন, Rudom, an ancient king of Ceylon or Longka. ৰাস, s. গোপিনিৰ সহিত ক্রিষ্ণৰ বিহাৰ, ৰুসা, কম, the lewd gambols of Krishnoo with the milkmaids; deficiency, decrease. ৰা-সল1, ৪. এবিধ মাচ, এবিধ সাপ, a species of fish; a kind of snake ৰাসি, ৪. মেস সি আদি ১২ ৰাসি, a sign of the zodiac ৰাসিচক্র, s. ৰাসি মণ্ডল, the zodiac. ৰাহি, s. ব্রিধি, অধিক, মিল, প্রিতি, আইবহা, abundance, succession , come agreement; a. continuous, abundant. ৰাহিয়াল, a. সৰহ হোআ, বহা, সাচাতয়াৰ, prosperous, increasing. ৰাহু, s. অষ্টম গহ, the eighth planet of hindoo Astronomy; in mythol. ogy a lDoit go or demon, with the tail of a dragon, whose head Krishnod cut off; but being immortal the head and body retained their separate existence, and being translated to the stellar sphere became the author of eclipses, by endeavoring to swallow the sun and noo. ৰাহুগ্রস্ত, ৪. ৰাহুএ ধৰ1, চন্দ্ৰৰ গুহন লগা, lit. seized by Rahu; eclipsed. ৰাহুগাস, s. ৰাহুএ গিলাগ্রহন, an eclipse of the sun or moon. ৰিক, s. হিন্দৰ প্রথম বেদ, the first of the four Veds . ৰিকাপি, s. ধ আথোআ থোআ পাই, বৈঠক, a support for the honka. ৰিঙ্গ, চিয়ৰ, এটাহ, উকি, a loud call, a scream, a yell, an ৰিঙ্গি, outcry; with মাৰি or ধৰি, to call out, to scream, to yell. বিঙ্গৰিঙ্গিয়া, a. পাতল, পিপিৰিয়া, light, thin, spare, sparse. ৰিঙ্গাৰোআ], ৪. কোহাল, চিয়ৰ। চিয়ৰি, এবাও, ইটে সিটে ৰিঙ্গোআ, an | outcry, an uproar, a call. ৰিঙ্গিউআ, s. চিয়া, এটাহ পাৰি মতাa call, crying aloud. ৰিঙ্গিয়াই, 8. চিরৰি মাতি, এটেহিয়াই, উকিয়াই, to call out, to cry aloud. ৰিজাই, ৮. মিলাই, তুলন। কৰি, to compare, to estimate a thing by comparing it to or with another, to liken. ৰিজ, a. মিলি পৰাসমান, equal, corresponding, alike. ঠিা, ৪. মাচ এবিধ, a species of fish, (Columba Indica.) তি, । s. নিয়ম, নিতি, আচাৰ, custom, method, an established ৰিতি, ) usage or observance.