পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাম। ব। জহততহ, e. বাহিৰ লেঠা বা জেঙ্গ1, public duties and obligations in distinction fron private or domestic affairs. ৰাজহঁ৷হ, ৰাজহংস, এবিধ বৰ হাহ, a goose. ৰাজহাৰ, s. পিঠিৰ মাজ হাৰ, মেৰুদণ্ড, the back bone, the spine. ৰাজহিততহি, a . বাহিৰ লেঠা বা জেঙ্গা, public duties and obligations. ৰজস্থআ1, a. ৰাজ্য সমন্বিয়, উমৈহতিয়া, appertaining to the people; In Commons. ৰাজা, s. see ৰজা. ৰাজাধি ৰাজি, ৪. বৰ ৰজ1, ৰজাৰে৷ ৰজl, a king of kings ; an Emperor. ৰাজাৰলি, . ৰজাৰ নাম লিখা বৎসাচলি, ৰাজ বুগি, a royal genealogy or pedigree. ৰাজাa. প্রজা সমুহ, সহিয়। লোক, a kingdom, the commonwealth, a nation, an administration , a community, the public, donin: ion, sway; with কবি, to reign, to rule, to govern. ৰাতি, s. নিসা, এক অনাৰ চই অমৰ এক অৎস পৰিমান, night ; a goldsmith's woight enjual to two grains Troy weight, বাতিপুআ, ৪. পুআ বেলাপ্রাত, প্রভাত, the morning twilight বাধা, । ৪. ক্ৰিয়াৰ এজন ভাজn, the favorite mistress of Krishnoo. ৰাধিকা, } বানি, ৪. বাব হৈনি, পটেশ্বৰি, মাদৈ, a queen, the wife of a king. বাস্থনবাহন, বজাবহ। কৰম, the preparing and serving up of ৰান্ধোনবাহোন, foodl. ৰান্ধনি, . চাঙ্গমাই, বাস্ট্রোভা, ৰন্ধাa coolk; the act of cooking. ৰান্থনিসাল, ৫. আখল, পাক ঘৰ, ৰান্ধনি ঘৰ, a kitchen, a cook houso. ৰাস্কি, ৪. সিজাই, ভাত আদি উতলাই, to cook, to prepare food. ৰাপ, ৪. চেষ্টাবতি, , efort, application, attention, regard. ৰবাs. জাঁজা ল, উপচক্র, |াম, perplexity, care, anxiety, solicitnde. ৰামচন্দ্র, ৪. বিষ ৰ সপ্তম অৱতাৰ, দমথ ৰজাৰ এজন পুত্ৰ, the seventh incarnation of Vishnoo; a king of Oude, the hero of the Ramayan. ৰামজখলা, s. এবিধ কেঁকোৰ৷ কেঁকোৰা লতাa species of vine. ৰামতাল, ও . বাহৰ দূজুৰিয়া৷ তাল, a rude cymtbal made of bamboo. ৰামতুলমি, ৪. এবিধ সুগন্ধি তুলসি, a variety of the basil plant, (Ocy mum Gratissimum. ৰামধেনু, ৪. মেঘ ধেনু, lit. Bam's bow, the rainbow. ৰামনৱমি, ৪. ৰামৰ জন্ম তিথি, the birth day of Ran.