পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বোলা 421 বোকোচ1, e. পিঠিত তুলি নিয়া টোপোলা আদি, হোৰ, a pack or burden carried on the back. বোকোচ। লোঅ1, s. পিঠিত তুলি লোআ, carrying on the back. বোজা, s. মুৰত বৈ অন৷ টোপোলা আদি, a load, a burden, বোটলাs. হাতেৰে তুলি লোআ, বুটলি থো আ1, the act of gathering or picking up; a. gathered, picked up বোদবোদ, ৪ নমতা নোবোলাকৈ থকা, বোধ কপ ধৰ।, taciturnity, reserve. বোদবোদিয়া, a. নমতা নোবোলা, অবাক হোআi, taciturn, reserved বোদ কপ, । বোধ, ও . গ্যান, বুজ, অনুমান, knowledge, intellect, understanding, an opinion: an idea. an inference, বোধগম্য, a. বুজিব পব।, গমি পোআ, comprehensible. বোন্দা, ৪. মত৷ মেকৰি, a male cat . a. টি, নবহা, short, etinted, dwarfed . বোপা, a. লবা অদিক মৰমেৰে মতা মাত, afectionate address of a boy বোপাই, এ. পিতাআপদেও, লৰাক মৰমেৰে মতাআচৰিত মনা মাত, father, familiar address of a child; an exclamation of surprise. বোপা ককাa. পিত্রি পিতামহ, ancestors, progenitore. বোপাদেও, ৪ . লৰাক মৰম আাদৰেৰে মতা মাত, a respectful address of the sons of the nobility বোবা, a. মাতিব নোঅৰা, অবাক, dumb, speechless, । বোবোৰা9 এ. নিসন্ধিকৈ ফোহ। হোআ, দলমা বন্ধা, ফট ফট হৈ উখহা , বোৰোলা, ১ pimpled, botched, pitted. বোবোৰাবোবোৰ, ) a. অনেক ঠাইত বোবোৰা হোআ, দলমাদলম, cov ৰোবোলাবোৰোল, , ered with pimples or blotches. বোৰ, agf: . বহু বচন বুন্থ আ পৰবৰ্তি সৱ, a plural termination. বোৰোকা, a. টোপোৰা টোপোৰ হোআ, উখহাৰ সবে মঙ্গহ উঠা, ভোতোৰা টেমুনা, pimpled, pitted, botched. বোৰোকাবোৰোক, a. গোট গাই টেমুনাৰ দৰে হোআl, covered with risings or excrescences on the surface of the body. বোল, . বৰন, বচন, কথামাত, a color, speech, a saying, an utterance. বোল দিয়া, ৪. বৰন লগোআ ব৷ খুউজু, বোলোআ, the act of coloring &c. বোলকচন, । গালি সপনি, কথা বাত্ৰা, abuse, speech, conversa বোলমা | tion. বোলা, a. কোআ, এবিধ কাঠ, said, spoken ; s. a species of tree. বোলাই, ড. বৰন খুআই, ৱিধি ৈ হৈ, to dye, to color, to do in excess. 6! |