পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বোক। বেহেৰুআ, s. বেপেৰুআ, বেপাৰি, মুদৈ, a trader, a merchant. বেহেল।, ৪. গানত বজোআন জন্তু বিসেস, a violin, fiddle. বেহোআ, ৪. বেচা কিনা,বেহ। কৰাmerchandise, trade, buying and selling. বৈ, . কহিয়াই, সোত ধৰি, গুটি আiদ সিঁচি, বন কৰি, কাপৰ ঢাৰি আদি নিৰ্মান কবি, to bear, to flow, to sow, to work or serve, to weave, to braid . বৈকুণ্ঠ, s. স্বর্গ, বিষ্ণচূৰ ধাম, the hindoo paradise of Krishnoo. বৈখান, ৪. see বাইখান, বৈগন, s. দগন, বেয়l, an evil quality; a. worthless, pernicious. বৈচৰ, a. হাল বোআ, working in the yoke; s. a working ox. বৈচ1, ৪. নাৱৰ বঠা মৰ। লোক, নাৱৰিয়া, বাৰ, a boatman, a sailor, a tne. a turn. বৈতনি, ৪. হিন্দৰ সাস্ত্ৰ মতে নৰ্ক নদি, the hindoo Styx or river of hell বৈদ, ৪. see বেজ, বৈদ্যa physician বৈদিক, a. বেদ ৰ সমন্ধিয়, Vedantic, pertaining to the Vedas. বৈদজা, ৪. এবিধ বহু মুল্য সিল, মনি বিসেস, a gem, the onyx stone . বৈনাই, s. ভনিএকৰ গিৰিএক, a younger sister's husband, বৈৰি, s. স ক, আৰি, বিপখ্য, an eeny, a foe, an adversary, hostility. বৈষ্ণৱ, ৪. বিষ্ণু ৰ ভকত বিসেস, a rotary, a worshiper of Vishnoo. বৈশ্য, ৪. হিন্দুৰ ত্ৰিতিয় জাত, the third hindoo caste, the trading and agricultural class. বোঅনি, s. কাপৰ আদি বোআৰ বেচ, weaving; pay for wearing. বোআ, ৪. বৈ জোআ, সিঁচা, বন কৰা, বজোআ, কাপৰ আদি নিৰ্মান কৰা howing, soung, plong carrying. Wea In g, braiding 69 playing on an instrument. বোআই৩. ববলৈ দি, সোত ধৰ! ই, চলাই, বজোআই, causative of বৈ, বোআৰি, s. পুতেক ভায়েকৰ ঘৈনিএক, a daughter in law ; a younger brother’s wife. বোকনি, s. , জোলোঙ্গ, a small bag worn under the arm , বোকবোক । কৰে, a. সোআদ নোহোআ, অস্বাদ বিসেন , unpleasant to the taste. বোকবোকাই, . মুখত থোআ বস্তু লৈ কথা কৈ, মোকমোকাই, to mumble, to mutter, to spealk indistinctly. বোকা, s. জোল জুলিয়া মাটি, প, mud, mire, clag বোকা দিয়া, ৪. কঠিয়া ৰুব পৰাকৈ বোকা৷ কৰ, বোৰ দিয়াthe plough. ing of wet land for the transplantiag of rice.