পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4 ॥৪ বেদান্তিক, s. বেদান্তৰ পণ্ডিত, a follower of the Vedas. বেদি, s. জজ্ঞ আদিৰ ভেঁটি, an altar, a mound, a platform. বেপাব, s. বে হ, বানিজ্য, কিনা বিকল, trade, traffic, commerce . বেপাৰি, s. বেহেৰুআ, দোকানি, মুদ, a trader. বেপেৰুআ, বেবনি, ৪. গৰু আদিৰ হেফুেলনি, the bleating or lowing of animals. বেবাই, , গৰু আদিএ বে বে কৰি, হেম্বেলিয়াই, to bellow, to bleat. বেবুআ, s. স্পুেআ, তত হেৰোআ, অজলা, the act of belowing, the loss of self possession. বেবেৰিবাঙ্গ, a. আঙ্গবাঙ্গ, অমিল, আউলিয়া, contrary to right or cus. tom, discordant বেমেজালি, s. অনেক কাম একে বেলিএ পৰা, জাসুল খাই ধৰা, per plexity, embarassment, as by the pressure of work or business. বেমেলি, a. মিহলি, সিসুতি, গোট গোট হোআl, mixed, scattered about বেয়া, a. অধম, কুচিত, অভদ্ৰ, কু, বিসম, bad, evil, inferior. বে, ৪. বাৰ, ঘৰ আদিৰ আাবন, মেৰ, দুই হাতৰ আঁকোআলa parti tion or s e of a house. girth or circumference. as uch as can be compassed by the arms. বেটা৪. বাৰটা, বেৰৰ তলত দিয়া পুঁটিয়া গুৰ বা ঝাহ, the board or bamb on which a upright partit rests বেৰা, a. বেৰ দিয়া, লো পিতলৰে সজা কাহিৰ তলত দিয়া জতন বিসেস, e. closed, surrounded; s. a metal tripod. বেৰাই, ৬. মেৰাই, বেৰ দিয়াই, to surround or enclose. বেৰি, 3. লোৰ শিকলি, অ চুৰ নালৰ আঙ্গঠি, বেৰ দি, জেওৰ দি, চাৰিও ফালে আগচি , a। iron chain, a ferule or fat ring around the andle of an nstrument : o. to surou to enclose , বেৰি ধৰাa. মেৰাই ধৰা, অবৰি ধৰ।, surrounded, encircled &c. বেৰিয়াa. এফলিয়া হৈ গজা দ।ত, irregular, one sided, applied to teeth. বেৰে আl, a. বেৰ দিয়া, আৰ দিয়া, enclosed, surrounded &c. বেৰেকৰে, a. পানি পৰি কুমলি থকাৰ দৰে, ভেভোৰয়, soft. বেবেৰিয়া, yielding like nud. বেহ1, 9. বেৰা, কাহি তুলি থোআ জতন, a support for a metal plate. বেল, s. ক্রফল, এবিধ গচ ব1 তাৰ গট, the baal or wood-apple ( Argle Marmelos.) বেলবেলাই, . অনর্থক কথা কৈ, চেলচেলাই, ফেদখেদাই, to talk nonsense. বেবেলিয়া, a. বেলবেলাই থকাচেলচেলিয়া, foolish, nonsensical