পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেদা বেজবেড়িয়া, a. চোকা গুন থকাবেজেৰ। লগ, বেজবেজ কৰে ধৰা, sharp, corroSave, smarting , acrmonious বেজাৰ, . বিৰকতি, অসন্তোস, বেয়া পোআ, displensure ; with লগা , out of humor, displensed. বোলি, a. বেজৰ সম্বন্ধিয়, উসধিয়, বৈদ্য সাম্র বিসেস, relating to med . ical science. বেজালি পুথি, 2. ঔসধ মন্ত্ৰ আদিৰ পুথি, a nedical treatise . বেজি, a. কাপৰ সিয়৷ লো পিতলৰ সলা, a needle for sewing . বেজিনি, ৪. বেজৰ তিৰোতাদৰব জনা তিৰি, a female physician, a midwife. বেজেৰা, a. বেজবেণ্ডিয়াচোকা, সুনি বেজাৰ লগ1, sharp, biting , cut . ting, pungent, irritating বেজেবাবেজেৰি, ও, কেটে। কেটেৰি, কেটেৰ জেঙ্গেব, crossness, snap pishness, tartness বেটি, a. দাসি, আল ধৰা তিৰি, a fernale servant or slave, a handmaid বেট, ফুল আদিৰ গুৰিৰ চুপতি, পাত্রৰ চুলা বিসেস, লাখুটিব মুৰত s. খুউতা৷ টেমি, the calyx of a lower, the metal tead of a came বেটআ1, বেঢ় থকাhavi g the above cnly x or metal hen বে তাল, ভূত ভূ তুনি আদি, বৰ টটাটি দা, অঘাইত৭, an eril spirit; বেভালি, (a tern of abure.) বেতি, s. এবিধ বনৰিয়৷ বাহ, a species of wild bamboo. বেতেৰি, তেল পেৰা পলাa braided rattan hoop for expressing oil. যেতেৰিটোকোঅ1, ৪. একে কথাকে কৈ কৈ থকাআউল নমৰা কথাrepeat g aga and again. বেতেৰিবন্ধিয়াa. পলাবন্ধিয়াআও পকিয়া, একে কথাতে লাগি থকা firm, unyielding, like the বেতেৰি, whicle see . বেথn, s. মৰম, চেনেহ, আস্তিক, love, affection. বেথা লগা, n . মেহ লগা, মৰম লগা, বামুআ, dear, beloved, esteemed, বেন, এ. হিন্দুৰ প্রধান চাৰি খন আলি সাৱ, the generic appellation of the hindoo sacred writings, a veda; science বেদনা, . বিস, পৰা, দ খ, pain, distress, bodily suffering. মুমি বিসেস, an epithet of the sage Byah, which see. বেদ ।স, s. ব্যাকৰন আদি বেদৰ চই অঙ্গ, a supplementary portion of the Vedas treating of the sciences বেদাচাব, s. বেদৰ আচৰন, the practice enjoined by the Vedas. বেদান্ত, s. এক সাস্ত্ৰৰ নাম, বেদৰ সাৰ কথাৰ পুথি, it. the scope or substance of the vedas a treatise on the above