পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

400 বাহি বালিচন্দা, s. ধাতু বিসেস, the mineral talc. বালিচৰি, s. বঙ্গলিৰ বালেশ্বৰ নগৰত কৰা বুটা দিয়া এবিধ উতম পাট 7 77, a kind of flowered silk cloth. বালিচাহি, s. অতি ঋতু কিট এবিধ, a small stinging insect. বালিমাহি, s. খঞৰিত পখি, এবিধ সৰু চৰাই, a species of bird. বালিয়া, a. see বালি অহা . বসি, s. থকা ঠাই, কাপৰৰ দহি, বস্ত্র, a habitation, a dwelling. বাসনা, s. কঁপাল, ভাগ্য, দসা, গতি, destiny, fate, condition, portion. বাসনাবন্ধিয়া, a. কপালত ঘটা, কঁপালেৰে হোআ, according to fate, fated. বাসৱ, s. ইন্দ্র, পুৰন্দৰ, an epithet of Indra. বাসি, s. বাস কৰা, থার্কোতা, বাহি, dwelling, residing; used in comip. as taatfo, living in a forest. বাসুকি, s. সাপৰ ৰজাৰ নাম, এছন ন:গ, Baluki, the king of serpents used as a cord by the Ohurs in churning the ocean. বসুদেৱ, s. বসুদেৱৰ পুত্র, ক্রিষ্ট, a name of Krishnoo. বাস্তৱত, । ad. স্বৰুপত, ধর্মত, সঁচাকৈ, নিচয়ে, truly, really, in fact. বাস্তবিক, 1994, 8. see stat, steam &c. বাহ, s. চৰাই আদিএ সাজি লোঅ ঘৰ বা ঠাই, জাক, গুটিৰ ওপৰৰ কাঠ alo, a nest, a temporary stopping place, a drove, a nul titude, a brood, a litter, the shell of a nul. বাহক, ৪. তিতা ফুলৰ গs, ভাবু বতা , a medicinal plant; a carrier: বাহন, ১. উঠি ফুৰা জতন, হাতি ঘোঁৰা আদি, জান, a vehicle, a col veyance, any means of transit. বাহবন্ধা, a. গােট খো, গুটিৰ ওপৰত কাঠ বাকলি হােআ, collected in a mass, enclosed in a shell or covering. বাহৰ, s. ৰজা বা গোসাইৰ প্ৰবাসত থাকিবলৈ কৰা সৰহিয়া ঘৰ, a tem porary house or stopping place for a king or priest. বাহি, a. ন নোহােঅ, আগ দিনা জুগত কৰা বস্তু, পযুসিত, not fresh, stale, withered, of the preceding day. বাহিগ, s. সেই দিন নোধোআ গা, অগ্নি দিনাই ধোআ গ, the body bathed on the preceding day. বাহিনি, s. সংখ্যা বিসে, সৈন্য সমুহ, বহু সংখ্যা, a legion, an army, a body of troops, a great multitude. বাহিৰ, s. বজ, ভিতৰ নহই, প্রকাস, outside; a. without, extended, open, not concealed; with 71, v. to come forth, to proceed from.