পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

বালি বৰ নসি, s. see কাসি, বানাৰ, Benares. বাৰি, ৪. ঢাপ বা জেওৰা দিয়া সস্যাদিৰ ঠাই, জল, সৰু মাৰি, a com pound, a garden, water, a staff, a stick. বাৰিআলিয়া, ৫. বাৰিত হােত, বাৰিৰ সমন্ধিয়, relating to or produced in a garden. বাৰিক, . গাৱৰ টেকেলা বিসেস, the head man of a village, বাৰিখা, । . বর্ষাকাল, the rainy season. বাৰিলা, বাৰিচাআ, s. বাৰিত বন কৰা লোক, মালি, a garlener.' বাৰু, s. ঢাল, সগ। মাত, স্বিকাৰ পােকা মাত, a shield; ad. very well, well done; a. good, excellent, nice, well. বাৰুঅতি, ৪. বাৰু খেলব জন লোক, অচম ৰজাৰ এখেল মানুহ, the bearer of a shield; a class of former Assanese soldiers. বাৰুনি, চত মাহৰ ক্ৰিষ্ণা ত্রয়োদসিত গঙ্গা গানৰ তিথি বিসেস, a bath. ing festival in the month of Soot ! বাৰেপতি, ad. ঘনে পতি, বৰিষাৰ, সঘনে, every time. । 2167917, ad. Galata croa, repeatedly, often, over and over. বাৰেমত, s. অৰ মূক্ত কৰা আখৰ, বানান, spelling, orthography. বার্তা, ৩. বাত, বাত্রী, ॥ews, intelligence, information. বার্মিক, ৫. বচৰেকত হোআ, বৰ উদানি, annual. বাহন, s. বহা, growing or increasing. বহিনি, ৫. ঠাই সৰ জন, বাহি অহা, a broom, growth, an increase; with fa, a rise of water, a flood. বাহি, ৮. ডাঙ্গৰ ৰা অধিক হৈ, গাবলৈ পাত্ৰত ভাত আদি উলিয়াই, ধনৰ Fy, to grow, to increase, to rise as a flood, to serve up food; s. interest on money. বাহৈঁ, s. কাঠৰ বন কৰিব না মানুহ, a carpenter. বাহৈটোকা, ৪ এবিধ চাই, কিপিনালিকৈ নিয়ে আটাই বন কৰি ফুৰা stat a woodpecker, a penurious person. বালক,। ৪. অজান লৰা, চাল, ফলিয়া সৰা, a small child not বালেক, come to years of understanding. বালগোপলি, s. ক্রিষ্টৰ লৰা কালৰ নাম, epithet of Krishnoo as a child. বালি, ৩. বালকা, হিন্দু মতে পূর্ব কালৰ এজন বানৰ ৰজা, sand, gravel, grit, the name of a monkey chief, the son of Indra and brother of Hugrivo. বলিআঁহিয়া, ৫. মাটি আদি বালিৰ নিচিনা হোআ, sandy, like sand.