পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

350 পিৰি পিত্রিপুৰস, s. উপৰি পুৰুস, ancestors. পিত্রিবন্ধ, s. বাপেকৰ মিত্র, বাপেকৰ মাতুল আদি, a paternal relative. পিত্রিবান্ধা, পিত্রিলোক, s. মৰা পিত্ৰি সকলৰ স্থান, the abode of departed spirits. পিত্রিহিন, s. বাপেক মৰা মাউৰা, fatherless. পিন্ধন, । ৪. কপিৰ অাদি গতি লোআ, বেস কৱা, the putting on পিন্ধা, of apparel. পিকি, ১. কপিৰ অদি লৈ, ভুসিত হৈ, to dress, to put on attire. পিপ , s. সৰু পৰু অ, any small insect. পিপলি, s. এবিধ লতাৰ গচ বা গু, a kind of long pepper. পিপলিয়া, v. পিপলিৰ নিচিনা, অস্ত্ৰৰ ধাৰ খৰৰিয়া, long and slender, rough, uneven, as the edge of tools. পিপা, s. পানি আদি থােঅা কাঠৰ পাত্ৰ, a cask, a barrel &c. । পিপাস', s. পিয়াহ, ত্রিষ্টা, thirst. . .। পিপাসি, a. পিয়াহ লগা জন, thirsty. । পিয়ন, s. দামুৰি আদি পিয়া, sucking, (applied to animals.) পিয়নচ 11, a. গৰু আদিৰ পোআলিএ পিবলৈ এৰ, weaned, (as above.)। পিয়ল, s. মাটি জোখ, লেখ কৰা, the measurement of land for taxation. পিয়া, s. পান কৰা, পিয়াহ নেৰা, drinking, sucking. পিয়াই, v. পিয়াহ দি, দই বস্তুৰ মৰ দিঘলিয়াকৈ জোৰাই বা সুমুআই, to nurse, to give suck; to join two things by lapping. পিয়াহ, s. তন, আধাৰ, স্তন, ত্ৰি, the breast, the udder, thirst. পিয়াহ লগা, a. পান কৰিবলৈ ইচা হোআ, ত্ৰিাতুৰ হাবিয়াহ কৰা, thirsty, having intense desire. পিৰঠি, s. পিটি, চকুৰ আচাদন, the eyelid. পিৰা, ৪. কাঠৰ বহা অসন, ৰোগ, বেদনা অদিৰ দখ, জন্তুৰ কাটি নিয়া Tid # 71 of stall, a bench, a stool, pajn, distress, bodily suffering, a quarter of meat. পিৰালি, s. ঘৰ ভেটিৰ বাহিৰ ভাগ, the outer edge of the embank _merit of a house. = পিৰি, v. পিৰা কৰ, নাৱৰ পথালি ডাঙ্গ, গচৰ সিপাই সৈতে কাটি Cotal em, to pain, to ache; s. the cross beam of a boat; earth taken up with the roots of a plant in transplanting. পিৰিকপাৰক, s. অলপ অলপকৈ চকু মেলা, জুইৰ ধিমকধামাক, rap idly winking, the flickering of a flame. পিৰিকা, s. . এবিধ ফুল, a species of flower.