পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3.9) পিটাa. হাতুৰিৰে কোবো আ1, মৰ, pounded down, or compacted. পিটি, 8. হাতুৰিৰ খুন্দি, মৰি, to pound, to beat. পিটিউআ, ৩. তৰাৰ বৌখ। ফুলিউআ বা মুকলি কৰা, preparing the outer section of the tora plant for making cordage পিটিকা, a. আঙুলিবে হেঁচাটিপা মৰা, pinched, pressed, shampooed. পিটিকি, e. আঙুলিবে টিপি, to press with the fingers, to shampoo. পিটিকোআ, ৪. লোকৰ হতুআই টিপোআ, pinching, pressing. পিঠাs. পিঠাগুৰি আদিৰে কৰ খোআ সুব্য, , breada loaf. পিঠাগুৰি, a. চাউল Kেছু অদিৰ গুৰি, four, meal. পিঠাগুৰিয়া, a. ফছফহিয়া, পিঠাগুৰিৰ দৰে মিহি, fine ike four, mealy. পিঠাপনা, s. অনেক বিধ সুয়ানু ভঙা পিঠl, cakes and sweetmeats . পিঠি, s. লুটি, গছৰ পাচ ভাগ, পুথিৰ পাত আদিৰ এফাল, the back, a page. পিঠি দিয়া৪. পাচ দিয়া, আওকান কৰা, it. giving the back; hence disregard, neglect , inattention পিঠিয়া, a. এবিধ সকত মাচ, ভাৰ পাচিৰ চাকনি, পিঠিৰ চৈa species , of fish, a kind of basket corer. পিঠিয়াপিঠি, a. দয়ে। দুইৰ ফাললৈ পিঠি দিয়া, বিৰোধ1 বিধি, tit. back to back, utually hostile. পিও, মৰাৰ নিমিতে দান কৰা অন্নাদিৰ লাঠ, a funeral oake ofer পি, } ed to the dead by the nearest relatives. পিগুদান, ০. পিৰ দিয়া, offering the above. পিত, . আহাৰ ভিন নিউমা হালধিয়। পানি, সাত, হালধিয়া বর্ন, সৰি লৰ ধাতু বিসেস, gall, bile, courage ; a. yellow. পিকোস, এ. পিতৰ উৰাল, the gall duct. পিতপিতাই, . চাৰিও ফালে বিচাহি, to make thorough search . পিতল, ৬. ধাত বিসেস, brass. পিতনি, a. পিতলৰ সভা, brazen. পিতলআ, a. পিতল থকা, পিতলমই, mixed with brass. পিতা৪. বোপাই, পিত্রি, a father. পিতাদেউ, ৪ . বোপাই, বাপেকৰ সম্বোধন, respectful address of a father . পিতামহ, ৪. ককা, বাপেকৰ বাপেক, a paternal grandfather. পিতামহি, ৪. বাপেক মাক, বৰিআাই, a paternal grandnother. পিত্রি, See পিতাa father. পিত্রিকর্ম, ৪. সাধ আদি কৰম, funeral rites for deceased ancestors. পিত্ৰিধন, s. পৈত্রিক ধন, বাপেকৰ সম্পতি, ancestral property. পিত্রিধর্ম, e. কৌলিক ধর্ম, বাপেকৰ ধৰম, ancestral religion .