পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

06 চুলিয়াচুলি, ৪. দুয়োৰ চলিত দয়ে আঁজোৰা, pulling hair, contention. চলস, s. মন পাতল, চেলেগু, a shallow minded person, unchaste. চুলুঙ্গালি, এ. চেলচেলিয়া, ফুচুৰি, unsteady, volatile, unchaste. চহি, a. চপি, মুখেৰে ৰস টানি, to suck, to draw into the mouth. চেই, ৩. কাপৰ আদিৰে চাকি, কাঠ বাহ আদি ডোখৰ ডোখৰু কৰি, কুকুৰক খেদোআ মাত, to strain or filter, to cut into portions, to chip for hewing; interj. a word for driving away dogs. চেওs. হাতৰ অলঙ্কাৰ বিসেস, ভাগ, খণ্ড, a kind of bracelet, a di vision, a piece, a portion of a tree, bamboo &c. চেওপাত্ত, s. ঘৰনিয়াকৈ কটা৷ কলা পাত, a piece of plaintain leaf cut| round or in scallops. চেই, ৪. মাহ আদিৰ চিৰা, the pod of beans and all leguminous plants. ঢেউৰি, s. গৰু আদিৰ মাইকি পোআলিthe female young of cattle. চেক, s. জন্তু আদিৰ লৰ, ঢাপলি, running, rapidly moving. চেকৰি, ২. জন্তু আদিএ লৰ মাৰি, ঢাপলি মেলি, to run, to bound চেচনি, s. সান্তনা, জু ৰ কৰাসেঁচ1 পৰাrespite fronm heat, coolness, the cold stage after fever, টেচা, a. তাপ নথকাজুৰ, জাৰ লগা, সু থল, cold, without zeal or spirit. চেচ, s. বাহৰ বাৰ থকা চলা, a sharp splinter of bamboo. কেঁচুআ, a. কেঁচুৰ দৰে ধাৰ থকাthin and sharp like the above. চেচক, s. ৰদ নপৰা, সদাই ট। পৰ। ঠাই, a cool shady place. চেচকিয়া, a. চেচুকত থকা বা হোআl, shady, cool, out of the sun. চেকবাa. তেজ আদি গোট বন্ধা, চেই বা চিৰা, coagulated, clotted, thickened, the pod of leguminous plants. টেকুৰিয়াp. দিঘল ৬ খৰিয়া, long and narrow like a pod, generally applied to ingots of gold or silver. চেটে, s. চৰাই পোআলিৰ ঘন মাত, the cry of young unfledged birds. চেচেআই, . চৰাই পোআলিএ ঘনে মাতি, to peep as young birds. চেচেৰা, s. চট পানি ৰ হামোৰমি, rapid shoal water running over an uneven surface of shifting sands. চেচেবাপোৰ, a. এফাল পুৰি জোআ, charred or half burnt. কেঁচোৰ, ৪ এবিধ বনৰ আলু, an edible jungle root. চেক, s. মচলমানৰ এক জাত, বা উপাধি, a mussulman class or titular prefix to a name. চেকচেকাই, ত. বেজবেজাই, ভকভকাই, বৰকৈ কৈ, to twing, to suffer a sharp pain, to smart, to teaze