পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

} চুপচুপাই, e. কথাৰে ভূ লাই, মুখৰ মিঠা দি উচটাই, to flatter, to persuade by flattery or soft speech. চ পতি, . মুখৰ দন্দ, মুখ আ জু আl, mutual retort. চুপহি, s. কাঠ কলি, ফল আদিৰ বেট, the calyx of a flower. চপি, e. ওঁঠেৰে চহি, তেলৰ টিপা, to suck; s. an oil vessel. চ যা, s. চুচবি, পৰবৰ্তি সব্দ বিসেস, আন কথাৰ পাচত জোগ হলে কে তিয়াবা বহু বচন ব ভাই, a division, a portion, a heap, a clumn, a tuft; as an affix meaning many, much. চুবৰিয়া, s. ওচৰ ঘবিয়া, প্রতিবাসি, a neighbor . চুমা, s . চুম্বন, মৰমেৰে মুখত মুখ দিয়া, a kiss. চু মৈকৈ, ad. মিহিকৈ ঠাহি কুটা, finely, in minute parts. চৰ: s. অপহহন , আনৰ বস্তু নেদেখাকৈ নিয়া, stealing, চৰ কৰা, theft, clans০stinely taking another's goods. ব দিয়া, s. টিপনি দিয়া, মন্ত্ৰেৰে বাহিব নোআৰাকৈ , the pre. venting of growth or increase by incantations, চ ৰা, s. গুৰ, carse or unrefined sugar, treacle. , s. ধুতি, পুকসৰ অধোবা, a nans waistcloth. চুটকি, কোৰেৰে চিকনাই, to scrape of the surface of the ground with a hoe. চনাs. অপহৰন কৰা জন, a male thief. চুকনি, s. চ ৰ কৰা তিৰোতা, a female thief. চপা খোআ, a. সোআদ বিচাৰি খাই ফৰা, an epicure, a voluptunry. চুপা চুপি, ৪. শ্ৰব ফ্লচ হোমকৰ। মাবি, of ladle used in making a sort burnt oferings . চুর্কি, s. ইটা গবি, brick dust, mortar. চচ মৈ, a. ভাঙ্গি গৰি কৰানাক্রিত, broken into fragnents. চুৰিয়া. মাটি উৰা সক পোক এবিধএবিধ ত্রিন, পাতলকৈ, a species of worm, a kind of grass ; ad. slightly, thinly, sparsely. চতি, s. গ্যান, তত, ফ্ৰতি সায়, sensation, knowledge, the Sariuti or that portion of the Veds written from report or memory. চতিভ, a. গ্যান হেবে।আ, বিতত, distracted, perplexed, confounded চুন, s. গুৰি, flour, any powdered substance. চনাক্রিত, a. গুৰি কৰাচচ মৈ কৰা, pulverized, reduced to powder . চুলা, s, খৰমৰ খুটি, জাপিব মূৰত দিয়া৷ সোন আদিৰ টুপ, the kob or toepiece of a wooden sandal, the tip of a Japi. চলি, s. কেম, the the hair of the head.