পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘনাই, ৩. ডাঠ কৰি, ওচৰাওচৰিকৈ, বাৰে বাৰে আহি, to thicken, to set close together, to frequently come or do anything. ঘনি, s. মাচ ধৰা ব্ৰাহৰ সলিৰ এক জন্তু, bamboo fish . a trap ঘনে, ad. সিঘে, বাৰে , quickly, repeatedly, frequently. বাবে ঘনে ঘনে, ad. বেলিএ বেলি এ, বাৰম্বাৰ, repeatedly, frequently. ঘনেপতি, d. বেলিএ পতি, gain and again, often , ঘনোআ1, . ডাঠ কৰাঘনকৈ তৰা, thickened, pressed together, coagu lated, curdled, congealed; s. the act of tickening &c) , s. কাহৰ বাদ্য বিসেস ঘৰি, দুই ঊাৰ, a bell, a clock, an hour. ঘপকৰে, ad. ঘুপুৰাই, পোনেই, at once, quickly, suddenly. ঘপঘপাই ফৰাs. আগ পাচ নোচোআকৈ ধুমধুমাই ফৰা, the running about heedlessly. ঘপঙ্গ, s. বেগাই পৰাৰ সৰু, the noise of anything falling suddenly. ঘপৰাই, ad. বেগতিলেই, খপৰাই, suddenly, immediately. ঘপিয়াই, J. কবিয়াই, to give a blow, to strike, to slash . ঘমঘন্টাs. হুলস্কুল, গোলমাল, confusion, tumult. ঘড়ঘমাই, ৮. ঘৰ্মঘম সব্দ কৰি, ভোতালৰ উঠ৷ সব্দ, to make a loud noise like that of striking large cynbals together ঘমাs. ঘাম ওলোতা, জু কলি বোআ, sweating, perspiring: ঘমাই, o. ঘাম উলিয়াই, to cause to perspire. ঘৰ, s. গ্ৰিহ, থকা ঠাই, পৰিয়াল, a house, dwelling, home, family. ঘৰগিৰি, s. ঘৰৰ গৰাকি, ফকন ডাঙ্গৰিয়াৰ ঘৰৰ সকলো কাম চলোআ৷ মানুহ, a person who manages the concerns of anothers household or estate. a steward ঘৰঘৰনি, s. ডিঙ্গিৰ সৰ্ব, পেৰা আদিৰ সব্দ, the sound of snoring, a rumbling roaring creaking sound as of wheels in motion ঘৰIচ, , a. ঘৰত পোহ। জান্ড, পোহনিয়া, remaining in or about a ঘৰচিয়া, house, tame. ঘৰ নিৰন্তৰ, ) ad. ঘৰে ঘৰে, প্ৰতি ঘৰে, at every house . ঘৰ মুৰি, ঘৰভঙ্গাs. স্বামি তিৰোতা বিৰোধাবিবুধি হোআ ব মিত্যু হোআ, ঘৰ গচুউআlthe breaking up of a family by death or family disputes, the breaking down of a house. ঘৰাs. চৌকা, আখ, নাদ আদিত দিয়া ব্ৰাহৰ মেৰ, মৌ ৰস আদিৰ ভঁৰাল, a cooking place, a bamboo curb or frane serving as a well a honey comb.