পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
. Kহা, চোচোৰা, ঘৰ্মন, মার্জন, friction, attrition, the rubbing

ঘাঁহনি, of one body against another. এটি একটি , a. গাব মলি আ বা তেল লগোআ, rubbed, anointed, oiled. ঘহাই, ০. ঘাসন কৰাই, চোচোৰাই, to cause to anoint or rub. ঘহি, 8. দ্বহামাৰি, মাজি, তেল আদি স লি, to rub, to anoint, to oil. ঘহোআKহিকৈ, ddl.াইটে সিটে গা ঘহোআ, চোচবাiচবি, থেৰো.ে ৰো, দিওঁ নিদিও কৰাautually rubbing, acting with hesitation. ঘকচা লগা, s. ঘোকোচা, খুন্দা লগা, কথা কওঁতে লাগি ৰৈ থকা, striking or dashing against, speaking disconnectedly or hesitatingly ঘক ৰকৰে, ad. আগ পাচ নেচাই বেগত কৰ1, at once, rashly, without thought or consideration. ঘকৰাই, ad. গিৰিসাই, বেগেতিলে, হঠাত, quickly, immediately. ঘকা, s. ঘ বর্ণ, the letter, ঘ or any character that represents that letter. ঘগৰা, s. এবিধ মাচ ধৰা জয়, a bamboo fish trap. ঘঘকৰে, a. -পোৰা আঙ্গঠাৰ তাপ, সদাই একে দৰে থকা তপত, having continual or a bnrning heat. ঘছে কবে, ad. আগ গুৰি নোচোআকৈ doing or saying things with out regard to consequences inconsiderately. ঘচৰাই, ad. বেগোতিলেই, হচ ঘচ কৰে, quickly, at onc ঘটঘট, s. লবে।আন সব্দ বিসেন, তাবা, বগা, a rattling or rumblin. ঘটঘটিয়া, a. বৰকৈ , loose, tumbling about ready to fall, totering . গ, a. সঙ্গ বিসে, the sound of anything falling into a deep place. ঘটমট, ঠ, ঠেকা লাগি সদ্ধ কবি ভোজ', আহুকলিয়াthe noise of things striking against each other, unbling about in disorder. ঘটন, s. আর্ডিন, কোনো বিসই হৈ উঠা, the act of bringing together, acquiring, oarning, hnppening l, s. আপদ বা সম্পদ ঘটাan event, an occurrencean accident. ঘটমই, . আহুকাল, জোকাৰি লৈ ফুৰুআ, shaking, pulling about. ঘট, a. হৈ উঠা, সিধি হোআ, হৰাঅঞ্জন কৰা, happened, occurred, acquired, gained, ঘটাই, ভ. সিধি কৰি, হকঅই, to cause, to effect, to occasion. ঘন, a. ডাঠ, গোট খোআ, ওচৰাওচৰি, thick, dense, crowded, close, near, inspiscated; s. thickness, solidity, density ঘনচিৰিকাs. ঘৰত ৰাহ লোআ সৰু চৰাই এবিধ, the hoose sparrow. ঘনজুৰি, s. এবিধ গাৰি দিয়৷ বঙ্গালি কাপ, এবিয়াৰ বগা হালধিয়া, সু তাৰে বোআ কাপৰ এবিধ, a kind of colored silk cloth.