পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেচে কোঁচামাল, ৫. অবিবেচক মানুহ, বজালেও নবজ1, obstinate, self-willedl ; one who refuses to listen to others. কেচি, s. কেচা বনকাতি, a colour, a pair of shears or scissors. কেচিয়া, a. দুই চক হেকেৰা, কতিয়া, out of square, obliqueslanting. কে s, s. ভমি লতা, মাটিত থকা দিঘল পোক এবিধ, the earth wornm . আা, s. পিয়াহ খোআ লৰা চোআলি, a babe, an infant. কোঁচুমটা, s. কে এ ভোলা মাটি, mud thrown up by the earth worm. কেচুমুৰিয়া, . অর্মৰোগ বিসেস, the piles or hemorrhoids. কেচুসাপ, s. কেচুৰ নিচিনা এবিধ সাপ, মাটিমাপ, a species of snake resembling the ground worm. কেচেলআ, a. এধাপকা, এধাসিজা, half-ripe, half-cooked. কেতক বি, s. চেপো , দমদম, a species of flying insect. কেতুৰি, s. হালধিৰ নিচিনা গচ এবিধ, a species of tree of light yellow colour. কেডুসিয়া, a. অলপ হালধিয়৷ বৰন, light yellow. কেয়া, পাতত কাইট থকা গs এবিধ, সদাগৰ, মাৰোআৰি দেসৰ বেপাৰি, a species of prickly bhrub, a Marwari trader কেঁয়াবন, . সিপাত আলু থকা বন এবিধ, a species of coarse 'grass. কেবাa. বেঁকাএফলিয়াকাতি, aslant, sloping, olblique, one sided, কেৰাকে বি, ৫. বেকাষেকি, পকোআপকি, turning this way and that , glancing to and fro. ৰাচক , s.া বেঁকা চক, এফলিয়া চক, ৪quint eye, squinting. কে ৰাচক আ. a. বেঁকা চকু থকাএফলিয়া চক আ], squint eyed. কেৰি টেকেলি, এ, ডিসি সি ঘলিয়৷ সৰু টেকেলি, a small long necked earthern jar . সন, কানৰ অসাৰ, an ear ornament. কেহেক, s. ত্রিন এবিধৰ পৰ্মৰ মূলa species of esculent root . কেংকে, s. ক কৰে দুখ পাই চিয়ৰ৷ মাত, the cry of a dog when beaten. কেকেচিয়, a. সদাই কথাৰে খং কবি থকা, কিটকিটাই থক1 , teasing, vexatious, annoying, troublesome কেচেমাকেচেম, a. কেঁচা মঙ্গহৰ গোন্ধৰ দৰে, the smell of raw having fish or meat কেচেৰ, s• কেচ৷ গুটি আদি চোবোআৰ সবন, the noise made by the tceth when eating hard or unripe fruit. কেচেক, s. এৰি পলুএ পাত থোআ গচ এবিধ, a species of trce the Icaves of which are sometimes used for feeding silk worns, 19