পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

t2}) কেঁচ। ক স্বভাৱ, s. । দমতি, বেয়৷ মন, ক মন, an evil disposition, a corrupt nature, depravity. ক , s. কলিৰ মাত, ককছ the note gf the Kuli or Indian cuckoo. স্থ ধূহুম, s.াই কনিৰ মাজত থকা হালধিয়৷ ভাগ, ফুল এবিধ, the yolk of an egg, the saffron lower, কুহুম বুলিয়া, s. কুহুম ফুলেৰে বেলোআ, the colour of the saffron flower. হুহুমিয়া, a. অলপ তপত, warm, tepid. কুহুৰ কুহুৰ, s. ঘনে কহাৰ সৰু, the noise of prolonged coughing. কেইটা, a. লেখত কিমান, কেই জন, how many . কেইবাটাও, a. অনেকটি, several persons or things. কেউ কে উ, s. কে কে, কুকুৰ মাত, the yelping of a dog. কেউটিয়৷ প্টোৰ, s. ছোৰ। সাপ, a species of snake . কেও, s. কুঁহি, কোনে!, a tender leaf or shoot; 'prom. any body, with a negative) no one, nobody. কেঁকনি, s. \দখৰ মাত, নৰিয়াত কেঁকোআ মাত, নেথনি, a groan . কোই, 0. কোঁকনি ধৰানেথাই, to groan, to moan, to grunt. কেঁকাই কেঁথাই, র্কে কুৰি, a.। কচি থকা, বেঁক", সঙ্কোচিত, bent, bowed, curved. কেকোআ, s. দুখ বা নৰিয়াৰ মাত, নেথোআ কোঁকনি, a groan, a moan. কেকোর্ডেকোad. জেনতেনকৈ, কোনো প্ৰকাৰে ভাৰ অনা, barely, after some sort or manner, at the utmost stretch of ones strength. কেকোবা, a. বেঁকা, উজ লোআ, কক ট, নাৱৰ বাৰত দিয়া, বাহব চঙ্গ। , crooked, bent ; s. a crab, a joint of bamboo attached to the sides of small boats to support the covers or roof. কেঁকোৰাই, . কোঁচাই, ভিৰ খুআই, to curve, to bend. কেকোৰা কেকুৰি, a. ভেঙুৰিয়া, বেঁকাবেকি, curved, crooked, bent. কে কোৰা দোলা, s. অসম ৰজাৰ দোলা, কেঁকোৰা মাৰিৰে দোলাl, a royal sedan' used only by the kings of Assam. কেকোৰা চিl, s. -এবিধ বিচা, a poisonous reptile, the scorpion. কে চ, s. ৰিহাত কতিয়৷ আক্রিতিৰে দিয়৷ ফুল, বেঁক৷ ফুল, oblique stripes in the border of a cloth. কে চা, a. নপকানিসিজা, অবিবেচক, unripe, raw, uncultivated, stupid, কেচাই খাতি, s. কালি দেবিৰ এক নাম, a name of the Goddess Kali. কেঁচাই খোআ, s. কেঁচাই খাব পৰা৷ বস্তু, খঙ্গত বলিয়া হোআ, any thing that may be eaten raw or unripe a. of angovern. able temper.