সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জীৱনত মুখ বৰ বিৰল যেনেই দেখিছো। “সুখৰ কণিক। ফেৰি জিলিকে যেতিয়া উৰি জোনাকী উৰণে” –এনে কিবা এটা দুখবোৰ স্থায়ী অস্থায়ী দেখিয়ে গোহাঁইবৰুৱাৰ কবিতা আছে নহয়? মানুহৰ হোৱাহেঁতেন বৰ বেয়া নহল হয় কিজানি। নে মনত লাগে? তোমালোকে ফিলছফিৰে কি জানা লিখিবাচোন। এটা মেকুৰী পোৱালিয়ে মোক বৰকৈ আদৰ লগায়, – সি গাত ইমান লেটিয়ালেটি কৰে যে কেতিয়াবা ম‍ই ৰিক্ত হওঁ। তাতকৈ আপোনো অৱশ্যে মোৰ কোনো নাই। ইতি তোমাৰ— প্ৰকাশ