সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এইবোৰ তৰ্ক বৰা নাই দেই। ৰবীন্দ্ৰ নাথৰ এফাকি কবিজ মনত পৰে— “এই মুচিলাম আঁখি, এ সুধু চোখে জল এ নহে ভৰ্ৎসনা।” মোৰো এইবোৰ তৰ্ক নহয়, হেতু নহয়, আগ্ৰহ। - আজি আকাশত জোন উঠিছে। কলিকতাৰ মাটিত ইমান পোহৰ যে ওপৰৰ সৌন্দৰ্য্য ভালেখিনি এয়ে অস্পষ্ট কৰি ৰাখে। ভালে আছো। ইতি ২৬ তোমাৰ প্ৰকাশ