অযোধ্যাকাণ্ড যত। এহি বুলি মূৰ্চ্ছ। গৈলা শ্ৰীৰানৰ মাৰে৷ দেখি আনো নাৰী সবো কান্দে দীৰ্ঘৰাৱে॥ ২৪৩২ হা ৰাম ক্ৰন্দনৰ উথলিল ৰোল। দশো দিশ বিয়াপি লঙ্ঘিল স্বৰ্গকোল॥ অনন্তৰে শত্ৰুঘন ভৰত দুই ভাই। দেখিলন্ত মূৰ্চ্ছ। গৈয়া আছে দুয়ো আই॥ ২৪৩৩ আথেবেথে দুইকো দুই ধৰি তুলিলন্ত। সুস্থ হুয়া দুয়ো আই প্ৰবোধ বোলন্ত॥ বামৰ অবাৰ্ত্তা মাৱ আন কিছু নাই। কান্দিলোহে৷ আমি তান তৃণ শয্যা চাই॥ ২৪৩৪ ইঙ্গুদি বৃক্ষৰ তলে তৃণৰ শয্যাত। সীতা সমে বামে শুতি নাছিল৷ এথাত॥ ইহাক দেখিয়া কান্দো কিছু নাহি আন। হস্তী ঘোড়া বথে যাক ধবয় যোগান॥ ২৪৩৫ দুগ্ধফেন দম শুৰু কোমল শয্যাত। ইন্দ্ৰ সম সুখে শুতি থাকন্ত সাক্ষাত॥ কুসুম চন্দন গন্ধে ভূষিত কৰিয়া। পদ্মিনী সেৱয় কবে চামৰ ধৰিয়া॥ ২৪৩৬ হেনয় প্ৰভুব তৃণশয্যা তৰুতলে। ইহাক দেখিয়া মোৰ গাৱে জুই জ্বলে॥ নানা বাদ্য নৃত্য গীতে জগাৱে যাহাক। বনব চাটকে আবে চিয়াৱে তাহাক॥ ২৪৩৭ ধ্বজ দণ্ড ছত্ৰ আদি যাহাব যোগান। নানাবিধ তৰু ভৈল ধ্বজদণ্ড তান॥ তাপসব চিহ্ন যত ধবিলা ভবত॥ আপোনাতে দেখি ধীৰে ৰাঘৱব বেশ। মোৰ প্ৰভু বাঘৱব হেন ভৈল৷ কেশ॥ ২৪৪২ ৰাঘৱব দুখক হুমবি পোবে মন। মাতৃক শুনায়৷ ধীৰে বুলিলা বচন | হা মাৱ কৈকেয়ী কবিলি তই কিস। পূৰ্ণ অমৃতব ঘটে ঢালিলিতি বিন। ২৪৪৩ ৰানব নিকাৰ তই পাপিনীৰ কাজে। ৰাজ্য এবি ৰামচন্দ্ৰ আছে বনমাজে॥ স্বামীক মবাইলি মোক কবাইলি দুৰ্বশ। আচবি বানৰ দ্ৰোহ এখনো জীৱস॥ ২৪৪৪ গলে কাঠ ঢিপি তোক মাৰিবাক পাৰো। মাতৃবধ লাগিবে ইহাতে মই হাবো। কিনো নিদাৰুণী তোব বামত কপট। নুহিকে বজাৰ জীৱ জনিলেক নট॥ ২৪৪৫ ভবতব বাণী শুনি জননী ৰামব। সদাই ভুঞ্জন্ত যিটো দিব্য পঞ্চান্থত। আবে বন ফল শাক নাংস ভুঞ্জা নিত। ২৪৩৮। কিছু হস্থ ভৈলা শোক গুচিল চিন্তৰ॥ দিব্য বস্ত্ৰ অলঙ্কাৰ যাব পৰিধান। ৭১ হস্তী ঘোড়া বথে যাৰ পয়াণ স্বভাৱে। হেন ৰামে কিনতে হাহন্ত ভূমি পাৰে॥ পদ্মকোয সম যাব হুকোমল ভৰি। শিলা খোলা কণ্টক সহয় কেন কৰি॥ ২৪৪০ ৰাজ্যভোগ অলঙ্কাৰ ময়ো পৰিহৰো। বন ফল ভুঞ্জোহো শিৰত জটা ধৰো॥ তৃণ শয্যা কৰোহো পিন্ধোহো বৃক্ষচৰ্ম্ম। ৰামব সেৱক মই ধৰো তান ধন্ম | 288 এহিমতে অঙ্গীকাৰ গুহক ভৰতে পাচে বুলিলা বচন। শ্ৰীৰাম দদাক কেনে পাওঁ দবশন॥ ২৪৪৬ বৃক্ষচৰ্ম্মে জটায়ে ভূষণ ভৈল তান॥ ভাল ভাল মনুষ্যেসে যাহাৰ প্ৰহৰী। চৰণত ধৰিয়৷ ৰাজ্যক লাগি নিবো। এবে বন জন্তুসে প্ৰহব থাকে ধৰি॥ ২৪৩৯। পিতৃৰ পাটত তাঙ্ক নৃপতি পাতিবো॥
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৭৯
অৱয়ব