নকৰিয়ে৷ বিলম্ব শুনিয়ো মন্ত্ৰীব। মই সুখে আছে৷ ৰাম বনব ভিতৰ॥ যেন ঈশ্বৰৰ উপবাস পৰে নিত। অযোধ্যাকাণ্ড ভূত ভবিন্যং তুমি জানাহা আপুনি। বুলিলা ইসব বাক্য কিসক নুগুণি॥ ২৩৬৫ তুমিও জানিল৷ মোৰ কপট চিত্তত। হিয়া নোহে কাটি দেখাওঁ তোমাৰ আগত॥
- নিদাৰুণ বাক্যে দিলা হৃদয়ত শাল।
কুলগুফ হুয়া গাজি খাইলা তুমি কাল॥ ২৩৬৬ আনে কি ইনৰ বাক্য বুলিবেক নোক। দেখাইলোহোঁ হন্তে আজি তাক যমলোক॥ স্বৰূপত নাহিকে তোমাৰ গুৰু দোষ। কৈকেয়ী মাৱেসে কৰাইলে অসন্তোষ। ২৩৬৭ স্বপ্নতো যি সব কাৰ্য্য নঙ্গানোহো মনে। পাইলো ইটে৷ দুষ্কীৰ্ভিক মাতৃৰ কাৰণে॥ মই বাজা হওঁ বাম যাইৰ বনবাগ। সপোনতো যদি মোৰ আছে ইটো আশ॥ ২৩৬৮ কবোহে৷ শপত গুৰু তোমাব আগত। তুমি হেন সহস্ৰ ব্ৰাহ্মণ কৰে৷ হত॥ সহস্ৰ কপিল। গাবো গঙ্গাব তীবত। পূৰ্ব্বগুণ্য আছে যত সিও হৌক হত। ২৩৬৯ গোত্ৰহত্যা হুৰাপান অগত্যা গণন। ! মহাপাপ ব্ৰাহ্মণব স্তৰণ হবণ॥ ইসব প্ৰমুখ্যে পাপ কৰো নিৰন্তব। যেবে মই দ্ৰোহ ঢিন্তি আছোহো বামব॥২৩৭০ মইতো জানো বানেসে শুহৃদ মোব প্ৰাণ। ৰানৰ চৰণ বিনে নজানোহো জান॥ বামে জপ তপ মোৰ বামে ইষ্ট দেৱ। ! বানৰেসে চৰণক কৰিবোহো সেৱ৷ ২৩৭১ যত যত মহাগুণ আছয় বানত। ত্ৰিভুবন মধ্যে কোনে কহিবে শকত॥ সৰ্ব্বক্ষণে দেৱ দ্বিজ গুৰুত ভকত। পিতৃত মাতৃত সৰ্ব্বক্ষণে অনুগত॥ ২৩৭২ ভৃত্য সবে ভোজন কৰয় পঞ্চামৃত॥ ২৩৫৮ ভৰতব আজ্ঞা মন্ত্ৰী শিৰত ধবিল। তেতিক্ষণে অসংখ্য দৈন্যক পাঞ্চি দিল॥ খাল খোপ পুৰি কৰিলেক ৰাজ বাট। দীঘি সব খানিল কৰিল শিলে ঘাট। ২৩৫৯ ভৰতৰ বহিবাক আবাস কৰাইল। ভোজন সম্ভাৰে বহু ভাণ্ডাৰ ভৰাইল॥ দোকান বাজাৰ হাট কৰে থানে থান। অনন্তৰে মন্ত্ৰী ভবতক দিলা জান॥ ২৩৬০ শুনিয়া ভৰতে চলিবাক সাজ ভৈলা। দেখিয়া বশিষ্ঠে ভাঙ্ক বুলিবাক লৈলা॥ শুনিয়ো ভবত তুমি বচন আমাৰ। ভালমতে নুবুজিলে| চবিত্ৰ তোমাৰ॥ ২৩৬১ তোমাৰ মাতৃৰ বোলে তেজি ইটো ৰাজ। ভাৰ্য্য৷ ভ্ৰাতৃসমে ৰাম আছে বন মাজ॥ ৰাজ্য সুখ এৰি বন কল কৰে ভোগ। তাঙ্ক হিংসা কৰিতে তোমাৰ নোহে যোগ॥২৩৬২ তোমাৰ মাতৃয়ে দিয়া আছে বহু খেদ। তুমিয়ো কৰিতে কেনে চাহ| বন্ধুছেদ॥ বুলিবাহা বামক আনিবে প্ৰতি যাওঁ। ইটে৷ বচনক আমি কেনে পতিয়াওঁ॥ ২৩৬৩ তোমাৰ কপট ভৈল বিদিত পূৰ্ববত। ছদ্মে ৰাজ্য লোৱাইলাহা মাতৃৰ হাতত॥ এবে কেনে জানিবো তোমাৰ শুদ্ধ মন। বুলিলা ভবতে শুনি কৰি ক্ৰোধ মন॥ ২৩৬৪ অপকাৰ তোমাক কৰিছো মই কিস। কেনে বৰিষিলা গুৰু ইটো বাক্য বিষ॥