পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অযোধ্যাকাণ্ড শুনি পুত্ৰ পুত্ৰ বুলি বিমোহিত ভৈলা। বাতুল চৰিত্ৰ যেন পৰি মূৰ্চ্ছা গৈলা॥ দেখিয়া কৌশল্যা পবিলন্ত স্বামী কোলে। ওৱাৰি পূৰ্বিলা সব ক্ৰন্দনৰ বোলে॥ ২১০৮ চিৰকালে দশবথ চেতনক পাইল। পটেশ্ববী কৌশল্যাব পাছে পান আইল॥ প্ৰথমে ধৰিল নেন অৰণ্যৰ হাতী। নিশ্বাস ফোকাবে যেন ঠাঠাবিব ভাটি। ২০০৯ প্ৰণমিয়া হুমন্ত্ৰে জুবিনা হই হাত। ধীৰে ধীৰে সুধিলন্ত অযোধ্যা নাগ॥ মোহোব তনয় জন পিতৃ বিভাগ | কোথা এবি আমিলি প্ৰস্তুত কথা ক‍ || ২১১০ হস্তী ঘোড়া বসে থাক আগ পাছ কবি। হেন পুত্ৰ বনে আছে ৰাজ্য পবিহবি॥ বুলিতে নাপাবে সীত৷ কোমল পানত। হেন মাৰ হাণ্ঠে কেনে কণ্টক বনত॥ ২১১১ কুমাব লক্ষা। বাত জোন বব স্নেহ। কেনে বনবাস খাটে শুমাব দেহ॥ বাজাৰ বচন শুনি পাছে মন্ত্ৰীবন। লোতক মলছিলি৷ বাজাক উত্তল॥ ২১১২ শুনিয়ে৷ গোনাই ঘোষ বচন সন্দেশ। প্ৰণাম অঞ্জলি তো বাসব আদেশ। প্ৰদক্ষিণে ভূমিত পপিল৷ পাছে মাথ। কৃতাঞ্জলি বোলে শুন। পৃথিবীৰ নাথ॥ ২১১৩ বামে বুলিলন্ত নোন পখিৰা গাৰাত। জানাইব৷ আমাৰ বাৰ্ত্ত৷ বালব পাৰত। শোক দুখ এবি পালন্তোক নিজ শত। আতি শীঘ্ৰে বাজ্যে আনি থাপন্তে| ভবত॥ ২১১৪ লক্ষ্মণে বুলিল৷ গাছে তোমাক সিদ্ধান্ত থিব মন কৰি শুনা সিসব বৃত্তান্ত॥ 89 ! সৰ্ব্বজন হিত বত বাম মহাভাগ। বনক পাঠাইলা ৰাজা কৰি পবিত্যাগ॥ ২১১৫ ভৰতে তাহাঙ্ক বৰ কবিবেক হিত। কান্ধে কবি কৈকেয়ীক ফুবান্তোক নিত৷ ভবতক বুলিলন্ত নিদাৰুণ বাক। গৰ্ব্বমান এৰিয়া অৱস্থা বাখি আক॥ ২১১৬ দেখিবে সমস্তে নাৰ কৈকেয়ীৰ সঙ্গে। নুহি অবিলম্বে পাতি মলছিল যমে॥ কৌশল্যাক বুলিলন্ত তেজিয়োক শোক। বনবাস ভবি নাইবো দেখিবন্ত মোব॥ ২১১৭ মন কষ্টে বামে বাক্য বুলি পটাইলন্ত। দুই ভায়ে বব আঠে জটা নিশ্মিলন্ত॥ আগত লক্ষ্মণ জানকীক নাজ কবি। তিনিহন্তে চলি গৈল৷ গঙ্গানদী তবি। ২১১৮৮ গুহ বাজ৷ সমে চাহি থাকিলো সন্তাপে। মোক এবি গৈল৷ জগতব বাপে॥ বনে প্ৰবেশিলা তিনি ভৈলোতো উদাস। নবকব গুলব স্বৰ্গত নাহি আশ॥ ২১১৯ হুয়৷ আৰ্তি নৈবাশ আছোহো গতজোবে। আন পানী তেজিয়া কান্দয় চাবি গোড়ে॥ চিহ্নবিতে লাগিল ৰাৰ দিশ চাই। গুহব নোহোব দেখি প্ৰাণ কুটি বাই॥ ২১২০ শীঘ্ৰ বেগে আসি মই পাইলোহে। চিয়ালি। শূন্য বগ দেখি লোকে মোক পাবে গালি॥ কেহো দেই মাবঘোৰ কেহো তোলে লাথি। কেহো বোলে মাবকিলে কেহো ঘড়াকাতি॥২১২১ কেহে৷ বোলে ইটে। ভবতৰ সাইঠা খাইলে। সিকাবণে চণ্ডালে বামক এৰি আইলে॥ যাত ভেক নিশা নবাজৰ বীব ঢাক। হেন অযোধ্যাত্ শুধু ক্ৰন্দনব জাক॥ ২১২২