অযোধ্যাকাণ্ড সীতা তুতি কৰন্তে গঙ্গাৰ ভৈলা পাৰ। প্ৰণমিয়া গঙ্গাক বনত পয়সাৰ॥ আগ ভৈলা লক্ষ্মণ সীতাক মাজ কৰি। চাৰ্ল যান্ত ৰাম বৃক্ষমূল পৰিহৰি॥ ২০৫৫ ননী নদ গহন পৰ্ব্বত মহাদেশ। সীতা আগে চলে লখাই ধনুশৰ ধৰি। পাছত চলন্ত ৰাম দুইকো ৰক্ষা কৰি॥ ২০৪৮ | সীতাক আপুনি বিনাৱন্ত হৃষীকেশ॥ তিনিও অনেক বন বিষম এৰাইলা। দেখিয়োক সীতা গঙ্গা যমুনা সঙ্গম। পাইলোহো প্ৰয়াগ ভৰদ্বাজৰ আশ্ৰম। ২০৫৬ ভৰদ্বাজ ঋষিয়ে কৰন্ত হোম যাপ। বৃক্ষমূলে লখাই পত্ৰ শয্যাক বিছাইলা॥ ২০৪৯। ত্ৰিভুৱন দহিতে পাৰন্ত দিয়া শাপ॥ শ্ৰীবামে বোলন্ত বাপ শুনিয়ো লখাই। হোম ধূম পঞ্চতি দেখিয়ো সীতা আগ। কতোদূব গৈয়া বৰ বৃক্ষ মূল পাইলা॥ হৰিণেক মাৰিয়া ৰান্ধিয়া তৈতে খাইলা। মুক্তি ক্ষেত্ৰ আসি আমি পাইলোহে৷ প্ৰয়াগ॥ ২০৫৭ তোব শন্যা কব মোৰ সন্নিত চপাই॥ আজি ভালে জানিবি প্ৰথম পৰবাস। হুমন্ত্ৰে এবিল দেখি তেজিলা নিশ্বাস॥ ২০৫০ কতে৷ নিশা বাহন্তে উদিত ভৈল শশী। লক্ষ্মণক বুলিলা শয্যাতে ৰামে বসি॥ আজি জানে৷ সাফলিলো বাপৰ শপত। কৈকেয়ী নাৱব সিদ্ধি ভৈল মনোবথ॥ ২০৫১ হৰি হৰ্বি বাপ দশৰথ মহীপাল। কৈকেয়ী তোমাৰ ভৈলন্ত নিজ কাল॥ ভবত নৃপতি ভৈলে লখাই বুজি উলি। মাৰিবে কৈকেয়ী মোৰ মাৱ বাপ পুলি॥ ২০৫২ এভো তই লখাই দেশক চলি যাহা। অনাথিতি মাৱক বাপক ভালে বাহা॥ তোক দৰ্শনে কিছু সন্তাপ তেজিব। সীতা সমে আমি পিতৃ সত্যক পালিবো॥ ২০৫৩ লক্ষ্মণে বোলন্ত শোকে তোমাক বাধয়। 89 ইসব ক্ৰন্দনে আবে৷ কিছু নসাধয় | পুনু পুনু বোলাহা দেশক লাগি চল। মই প্ৰাণ তেজিলে পাইবাহা কোন ফল॥ ২০৫৪ লক্ষণৰ বোলে ভৈল শোক উপশাম। পুহাইল ৰজনী গাৱ চালিলন্ত ৰাম॥ গধূলি সময়ে যেবে আদিত্য নামিলা। ঋষিৰ দুৱাবে গৈয়৷ তিনিও মিলিলা॥ ৰাম আসিবাব পাছে ঋষি বাৰ্ত্ত৷ পাইলা। শিষ্যক পঠাইয়া ঋষি ৰামক অনাইলা॥ ২০৫৮ সৰ্ব্বে মুনিগণে ভৰদ্বাজক আৱবি। বাঘ ঘোঙ ভালুকে আছয় সেৱা কৰি॥ ভৈল যজ্ঞ সবে মুনি তপে উপশাম। নগিলন্ত ঘুনিক লক্ষ্মণ সীতা বাম। ২০৫৯ ঋষিয়ে বামক কৰিলন্ত আশীৰ্ব্বাদ। | বেদধ্বনি উগলিল ব্ৰাহ্মণব-নাদ॥ আসনে বসিয়া ৰাম ঋষি সভা মাজে। ফলে মুলে জলে অৰ্চ্চিলন্ত ভৰদ্বাজে। ২০৬০ কমন কাবণে বাম সখিব চবিত। ঋষিয়ে শুধিলা তব কিবা অপেখিত॥ বাঘৰে বোলন্ত শুনিয়োক ঋসিৰাজ। আদি অন্তে সংক্ষেপে কহিবে৷ সবে কাজ। ২০৬১ কৈকেয়ী গাৱে বৰ লৈলন্ত ৰাজাত। ভৰতক বাজ৷ পাতিব্ৰন্ত অযোধ্যাত। চৈধ্য বৰিষক মোক পঠাইলন্ত বন। তুলত লবিল সীতা ভৈয়াই লক্ষ্মণ॥ ২০৬২
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫১
অৱয়ব