যচ্চেদং কুকুদাকাৰং কুব্জং চাক শুভাননে। মতয়ঃ ক্ষত্ৰবিদ্যাশ্চ মায়াশ্চাত্ৰ বসন্তি তে। অত্ৰ তে প্ৰতিমোক্ষামি কুব্জে মালং হিৰন্ময়ীং অভিষিক্তে তু ভৰতে ৰামে চৈব বনং গতে॥ জাতোন তে সুৱৰ্ণেন সুনিষ্টপ্তেন সুন্দৰি সমৃদ্ধাৰ্থ৷ প্ৰতীতাহং ভূষয়িষ্যামি তে তমুম্॥ মুখে চ তিলকং চিত্ৰং কাঞ্চনং কনকপ্ৰভম্ কাৰয়িষ্যামি তে কুব্জা শুভানি আভৰণানি চ। যাবদগ্ৰনথং লিপ্ত। চন্দনেন সুগন্ধিনা পৰিধায় শুভে বস্ত্ৰে দেবীব বিচৰিষ্যসি। (২) বিক্লবো হীনবীৰ্য্যো যঃ সঃ দৈৰমহুবৰ্ত্ততে অবিক্ৰবস্তু তেজস্বী ন দৈবনমুবৰ্ত্ততে। দৈবং পুৰুষাকাৰেণ যততে যোঽভিবৰ্ত্তিতুম্ নস দৈববিপন্নাত্মা কদাচিদপি সীদতি॥ লোকে পশ্যতু কৃৎস্নোদ্য দৈব পৌৰুবয়োৰিদম্ অন্তৰং কাৰ্য্যসংসিদ্ধৌ যদুঃখাতুং হমিচ্ছসি অদ্য মৎ পৌৰুষহতং দৈবং পশ্যন্ত মানবাঃ তৱ ৰাজ্য বিঘাতায় প্ৰতীপং সমুপাগতম্ নিৰঙ্কুশ মিবোদ্দামং গঞ্জং মদবলোৎকটম্ প্ৰতীপমাগতং দৈবং পৌৰুষেণ — ৱৰ্ত্তয়ে॥ (৩) দশবিপ্ৰানুপাধ্যায়ে৷ গৌৰৱনাতিৰিচ্যতে উপাধ্যায়ান দশপিতা তথৈৱ ব্যতিচিতে পিতৃন্ দশ চ মাতৈক৷ সৰ্বাং বা পৃথিবী বিভো গুৰুত্বেনানাভিভবতি কোহস্তি মাতৃ সনে। গুৰুঃ॥ (৪) নিত্যকালং সপত্নীভিভূ শং বিপ্ৰকৃতা সতী পুত্ৰচ্ছায়াং সমাশ্ৰিত ভবামি সুস্থমানসা সাহমদ্য ন শক্যামি জীবিতুং শৰ্ব্বৰীমাম্ ফলিনা পাদপেনৈব ফলকালে বিযোজিতা॥ মাধব কন্দলী :- % (১) ভৰত নৃপতি ভৈলে তই হৈবি সুখী অন্তেষপুৰত তোক কৰিবে| প্ৰমুখী॥ ৰাজা ভৈলে ভৰত কীৰ্ত্তিক তোক নিবে৷ তোৰ কুজগুটী শুদ্ধ সুৱৰ্ণে বান্ধিবো॥ বেটী শত দিবো আৰ ৰত্ন অলঙ্কাৰ গ্ৰীবাত তোহোৰ দিবে। সাতসৰী হাৰ॥ পদ্মকেশৰৰ বৰ্ণ প্ৰিয় দৰিশন উৰ স্থল দেখি তোৰ অতি সুশোভন উন্নত নাসিকা মুখ দেখিয় স্বভাৱ কুঞ্জ গোট দেখি যেন সুৱৰ্ণ সৰাৱ। গ্ৰীৱাগোট নলথিয় পেচা হেন গাল আনসৱ কুবুজীৰ হিয়াখন খাল। পেট গোট খাল আতি অশোভন দেখি ইসৱ দোষক তোৰ কিছুৱে নলখি!! তোহোৰ দৈৰ কুশ সৰস জঘন শোভন যৌৱন দেখি যুত মোহন আগত থাকিলে মন কৰয় উল্লাস লীল। হংসী যেন কেলি কৰতে সি যাস | (অযোধ্যা ৫।৬-১৪) (২) ক্ষত্ৰকুলে উপজিলা ভৈল বুদ্ধি নাশ প্ৰিয় বাক্য বুলিয়া বৈৰক কৰা আশ পৌৰুষ এৰিয়া দৈব কৰিলাহা সাৰ নপুংসক বৃত্তি সৱ ভৈগৈল তোমাৰ ভৈল দৈব তোমাৰ কুঞ্জৰ মদমত্ত পৌৰুষ অঙ্কুশে আজি কৰো পৰিবৰ্ত্ত॥ (অযোধ্যা ১০।৪৭-৪৯ ) (৩) দশ বিপ্ৰ অধিক গৌৰৱ উপাধ্যায় তাত দশগুণ পিতা দেখিতে যুৱাই॥ বাপত অধিক দশগুণ হোৱে মাই পৃথিবীত গুৰুতৰ দেখিবা সুভাই। ( অযোধ্যা ১০।১০৩-১০৫) (8) কৈকেয়ী প্ৰচণ্ড সূৰ্য্য জনিল তৰাস পুত্ৰ তৰু ছায়াত কৰিলো বৰ আশ
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫
অৱয়ব