৩৬ হিয়া ধাকুবিয়া নাৰীগণ কান্দে পথে॥ ৰাজা দশৰথ মহাদই যত চলি যান্তে ভূমি পাৰে। বশিষ্ঠ প্ৰমুখ্যে বাম বুলি দীৰ্ঘৰাৱে॥ ১৯৬৭ ৰাজাক সম্বধি ৰামৰ পুনৰা- আছন্ত গুৰু ব্ৰাহ্মণ। বহুদূৰ তাঙ্ক বুলিলন্ত তেতিক্ষণ॥ শুনিয়ো নৃপতি আগে সত্য কৰি আছে যেবে অভিপ্ৰায়। বশিষ্ঠে দেখন্ত পৰি বাহুৰিয়া এতিক্ষণ নুযুৱাই॥ ১৯৬৮ যুগুত বচন কান্দন্ত পথত কান্দন্তে চলন্ত আপোনাৰ সৰ্ব্বনাশ। গুৰুৰ যুগুত ৰামৰ ভিতিক কৈকেয়ীক দিলা আশ॥ কৰিয়া যতেক কাঢ়ন্ত নিশ্বাস মত্ত গজ যেন আছে। গমনে তোমাব মৰ্ম্মে পোৰে হিয়া আগ বঢ়াইবাক হাহাকাৰ কৰি পালটাইলা গুৰু পাছে আপুনি চিন্তিলা ৰহিলা তথা নৰেশ। পুনু পুত্ৰ দৰশনে। ৰাম পাশ চাপি ৰামায়ণ নকৰে চক্ষু নিমেষ॥ মধুব বচন বৰ দুই দিয়৷ অঙ্কুশে তাহাঙ্ক ১৬৯ বচন শুনিয়া ৰাজা দশৰথ ভৰতৰ নিজ মাৱে। ভূমিত পৰিয়া মূৰ্চ্ছা গৈলা তেতিক্ষণে॥ ১৯৭০ ডাহিনে কৌশল্যা চাহিয়৷ নৃপতি ভৈলন্ত নৈৰাশ ধৰিলা বিকল ভাৱে। ধৰিলন্ত পাছে i কতোক্ষণে পাছে গাৱত চেতন পাইলা। ক্ৰোধ দৃষ্টি আতি কৰিয়া নৃপতি কৈকেয়ীক লাগি চাইলা॥ ১৯৭১ পৰন অনিষ্ঠা হাওৰে পাপিষ্ঠী গুচ ইথানৰ নুচুবি নুচুবি মোক৷ শুন ছাবি ওৰে মইতো নচাইবো তোক॥ নলৈবো তাহাব ভবতে লৰয় ৰাজ। দেখিয়া সুন্দৰী নথাক এখাত আদি কবি যত কায॥ ১৯৭২ ধিকাচোক তোক শুনৰে পাপিষ্ঠা নষ্ট ভৈলো মই ছাব। - বামে তৈত বন ৰাজা দশৰথ, পৰি যাউক মহামাব। ৰাজ্য ভোগ সবে জীওঁ মানে আব তোব বাক্যে যেবে দিলি তই বনবাস। নাই মোৰ সিদ্ধি মৰিবাব কালে পিণ্ড জলাঞ্জলি মোক বধিবাক চাষ॥ ১৯৭৩ কৌশল্যা গোসানী তোক বিহা কবি তোহোৰ আত্মাত কেন মতি হীন মই ভুঞ্জিবোহো ভাত। বুলিলা বচন হিত। নাহি তুল্য যাৰ বাম হেন পোক ইটে৷ পুৰী অযোধ্যাত॥ দূব যাহা তই ফলক খাইৱন্ত কি কৰিলি তই মোক। তেজিবে। বাসনা প্ৰিয় পুত্ৰ ৰাম শোক॥ ১৯৭৪ হৰি হৰি বিধি পাইলোহে৷ দাৰুণ থিব কৰিয়োক চিত। গদ গদ বাণী ভৈল৷ প্ৰভু এবে ত্ৰিভুৱনে আৰ তুমি মোৰ নিজ পতি।
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪৪
অৱয়ব