শোকে দুখে মৰ্ম্মে পাচে যান্ত দশৰথ॥ ১৯৫৮ উষল প্ৰম্বল ৰাম সঙ্গে যাই অযোধ্যা যত নগৰী। যোগীৰ কান্ধত পলাই যত দেশান্তৰি॥ লৱৰন্তে লৱ- পাইলেক ভাগৰ হাতে দোৱাদশ কাথি। মুখে শিৱ শিৱ বন্তে পাচে চান্তে হিয়া মানে গৈল ফাটি॥ ১৯৫৯ আস বুলি যোগী সবে পৰি গৈল খসি। পূজিবাক লাগি ৰামৰ পাচত পলাইলা যত তপসী। ভৈলা তল বল তাৰ সীমা সংখ্যা পৰিজন সমে পূজাৰ দেৱতা গান। আগ পাচ চাই বাৰু খাণ্ডা ধৰ কানি ঝুলি যত একো একে৷ বীৰে থাকয় ঘেবে পবাণ॥ ১৯৬০ পুত্ৰক কান্ধত বোকণ্ডা কাথৰ কোটি যায় কোকৰ। নট ভাট আদি হুমৰন্তে আতি চলি যাই ধনুৰ্দ্ধৰ॥ সূৰ্য্য দেৱতায়ো আচাবি পেলাইলে হেনয় সুন্দৰী অযোধ্যাকাণ্ড পাচে পাইবে৷ দেৱ আদি অন্ত নাহি তাৰ। পঞ্চাশ ছপন নাহিকে যতেক যুজিবাক দেই ধাব॥ ১৯৬১ যতেক যুজাৰ চলিলা ব্ৰাহ্মণ মানে। সাগৰ পৰ্য্যন্তে .ধৰিয়া পাচত আছিল যতেক মানে। চলিয়া নবান্ত ৰথে। কিঙ্কৰ লৰিল যাৰ ৰূপ দেখি সকলে কান্দয় পৰি পৰি চতুষ্পথে॥ ১৯৬২ 1 নয়ন কটাক্ষ পাচক লাগিয়া ভূমি পাৱে চলি হুঁ। বাপ ৰাম নৃপতিক ভেট পাইলা॥ ইজন্মক লাগি বাপৰ বচন এৰি মোক কৈক যাহা মক মক কবি দেখো পবিছেদা মাথা তুলি মোক চাহা॥ ১৯৬৩ শুনি বাগদেৱে হুমন্ত্ৰ মন্ত্ৰীক মন আকৰসি আনি। মুখত নাময় বাণী॥ শুনৰে হুমন্ত্ৰ মন পৱনৰ নয়া থাক থাক হুমন্ত্ৰ মন্ত্ৰীব শীঘ্ৰে ৰথখান ডাক। খবতৰ কৰি চাইলা। বাপৰ বচন কৰি ৰামদেৱে আছয় কান্দম্ভে দশৰথে দেন্ত হাক॥ ১৯৬৪ শুনিয়৷ হুমন্ত্ৰ উথলিল দুই বোল। চাই কৰি হাত আতি শীঘ্ৰ বেগ লক্ষ্মণ জানকী ডাকিলন্ত চাবি কবয় চিত্ত আন্দোল॥ ক্ষণেকতে সবে ক্ৰন্দন্ত কৰন্ত বুলিলন্ত বামে মন্ত্ৰী আৰ কিবা চাহা। সবাকে তেজিয়া নডাকিবি ৰথ ডাক ডাক ডাক বথখান ঝাণ্টে বাহা॥ ১৯৬৫ ৩৫ মন দোধা ভৈল ধৰি অৰণ্যৰ পথ। বাঘৰে নোলন্ত নুশুনিলা ভাৱে মন্ত্ৰীয়ে ৰাজাক যোব। ঘোড়। কৰিয়া ৰথৰ বেগে চলে ৰথ নগৰৰ লোক যত॥ ১৯৬৬ পাছ কৰিলন্ত চড়িয়া গৈলন্ত বগে। শীঘ্ৰ বেগে আতি
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪৩
অৱয়ব