তিমিৰ ফাৰিয়া যেন পূৰ্ণ শশধৰ॥ ১৬৬০ ৰত্নে বিৰচিত চড়িলাহা তেতিক্ষণ। চামৰ ছত্ৰক মনত পৰম চড়িলা গৈয়া লক্ষ্মণ॥ সুমন্ত্ৰ চড়িলা যাই। হাতত চাবুক শ্ৰীৰাম লক্ষ্মণ যান্ত দুই মহাৰথী। সুমন্ত্ৰ মন্ত্ৰীক ডাকিলা যেন যুৱাই॥ ১৬৬১ নয়ন আনন্দে মুখ ভৰি ভৰি মাতলি যেন সাৰথি॥ শ্বেত মেঘ হন্তে জনমে জনমে চাৱে যত নাৰীগণে॥ সিকাৰণে গুণ অৱশ্যে তোমাক শুনিয়ো গোসাই সীতা তেজি কলেৱৰ। মহাৰাজা দশৰথে। বখানন্ত নাবীগণে॥ ১৬৬২ সাফলা কৌশল্যা আনন্দে পাচত পাইলা মনোনীত বৰ॥ কি ভৈল আনন্দ ধৰিয়া পাশত ইন্দ্ৰ বিষ্ণু যেন অন্যে| অন্যে বোলে দেখিয়া সাক্ষাত সুবৰ্ণ ৰথত নিশ্চয়ে জানিলো অযোধ্যাকাণ্ড ধৰিয়া ৰথক কুন্দৰুখ জালে গৰ্ভত ভালে ধৰিলা। বহুতৰ হৈবে সুখ। তুমি প্ৰভু পুত্ৰৱতে॥ ১৬৬৩ আপুনি যাক বৰিলা॥ ৰামৰ গুণক প্ৰয়াগ বটত সাগব বানক ৱিন্ত বাজ্যক আমাক পালিবা গোসানী তোমাক কৰ্ম্মাগত লক্ষ্মা বিস্তৰ কালক লাগি পলাইবেক দুখ॥ ১৬৬৪
ৰাম ৰাজা ভৈলে : + 1 এহিমতে ৰামে শুনন্তে বোল আশেষ। মধুব বচনে ওৱাৰি ভৈল৷ প্ৰবেশ॥ কৈকেয়ীৰ ঘৰে শ্ৰীৰামচন্দ্ৰ লক্ষ্মণ। আসনত বসি পৰম নিশ্ৰীক বদন দশৰথৰ। ৰাহু'গ্ৰস্ত হৈলে পাইলা হয়ো দৰিশন॥ ১৬৬৫ কিৰণ যেন সূৰ্য্যৰ॥ প্ৰথমতে নম্ৰ ৰাম লক্ষণক নৃপতিৰ দুয়ো পাৱ৷ পৰম বিকল কৰযোবে নম্ৰ পিতৃৰ চৰণ চাই॥ পিতৃৰ আগত দিলন্ত কৈকেয়ী মাৰ॥ ১৬৬৬ ৰামক নিষ্ঠুৰ দেখিলন্ত দুই ভাই। একো অপৰাধ প্ৰজাক সম্বুধি মিলিলন্ত গৈয়া কেনমতে আবে আছন্ত নৃপতি কতোক্ষণে ৰাজা দেখিলন্ত ৰামে নজ্বলয় আতি কৰিয়া আতি ভকতি। নগৰী জনৰ মহা মন দুখে ভাৱে নমিলন্ত আশীৰ্ব্বাদ পাচে আতিশয় শোকে ১৩ নভৈল কিছু শকতি॥ ১৬৬৭ চাইলা কৰি বিমৰিম। ভাৱে থাকিলন্ত আছে ৰামচন্দ্ৰ স্বৰূপ বাপক বুলিতে ৰাজাৰ বুলিবোহো বাক্য বিষ॥ বিমন্যু আতি কৰিল। নাহিকে ৰামৰ শুপুত্ৰ ৰামক লোতক বহে ৰাজাৰ। ৰাম হেন বুলি কণ্ঠত শোক ধৰিল॥ ১৬৬৮ কিছু নবুলিল আথাকে নয়নে