পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অযোধ্যাকাণ্ড জাগিয়োক প্ৰভু মন্ত্ৰীগণে পাৰে ৰাৱ। ৰবিব উদয় ভৈল চালিয়োক গাৰ॥ ৰজনী প্ৰভাত ভৈল বাজা দশৰথ। ব্ৰহ্মা বিষ্ণু শঙ্কৰে পূৰন্তো মনোবথ॥ ১৬৩৯ মন্ত্ৰীৰ বচন বাজা শুনিলা শৰণে। সুমন্ত্ৰ সমীপ চাপ বুলিলা সঘনে॥ কৈকেয়ীৰ বাক্যবহ্ণি দহে কলেবৰ। তোৰ বাক্য অমৃতে জুৰাইয়ো নিৰন্তৰ। ১৬৩৫ ৰাগ মুখ দেখিলে হৈবেক নিৰ্ব্বাণ। ৰাম গুণ সাগৰক শীঘ্ৰ কবি আন॥ ৰাজাৰ আজ্ঞাক মন্ত্ৰী মাথে কৰি লৈল। ৰামক আনিবে প্ৰতি শীঘ্ৰে চলি গৈল॥ ১৬৩৬ হাট বাট এবাইয়া বামব পাইল থান। ৰঙ্গকবে সৰ্ব্বজনে দেখি বিদ্যমান || যুব৷ জন ক্ৰীড়া কৰে ধৰি হাতে হাত। গ্ৰীৰে গ্ৰীৰে জড়িল লাগিল মাথে মাথ॥ ১৬৩৭ দদা ভাই মিতা বুলি ধবি কোলে কোল। বাহুত চাপৰ মাৰি কৰয় আস্ফাল॥ আউৰে আউৰক কেহ সাৱটি ধৰিল। ১১ চৌষষ্টি তম্ভত তাক কৰিল নিবেশ। বৈজয়ন্ত সমসৰ দেখিতে সুবেশ॥ ১৬৪১ ৰতনে খসিয়া স্থৱণৰ পতা দিল। হুষি কামি সমন্বিতে একত্ৰ কৰিল॥ ৰামৰ ওৱাৰি সব জগতে বখানি। প্ৰবেশিলে দিন ৰাতি একোকে নজানি॥ ১৬৪২ হস্তীদন্তে বাব দিলা হিঙ্গলৰ কাম। কুন্দৰুখ জাল৷ থৈলা দেখি অনুপাম॥ হিম্মানি মাণিক জ্বলে মৰকত মোতি। জ্বলে বাসঘব পূৰ্ণ চন্দ্ৰমাৰ জ্যোতি॥ ১৬৪৩ প্ৰাসাদ উপবে দিল মাণিকৰ কান্তি। ইন্দু নীল মণি দিল থানে থানে জান্তি॥ বিদ্যুৎ মণিব ভালে লাগি গৈল কাপ। শুৰু মেঘখনে যেন জ্বলে শত্ৰু চাপ॥ ১৬৪৪ শঙ্কবক লেখিল আচন্ত ৰস যানে। পাৰ্ববৰ্তীক লেখি আছে সিংহব বাহনে॥ নূসব পিঠিত লেখি আছে গণপতি। ময়ুৰব উপবে কাৰ্ত্তিক সেনাপতি॥ ১৬৯৫ বামনক দেখিল কান্ধত দিব্য ছাতি। মুখ চাই কেহে৷ কেহো বিগতি কৰিল॥ ১৬৩৮ | বলিবায়ৰ আগত আছন্ত হাত পাতি॥ বাম ৰাজা হৈব আজি জীৱন সাল। হেন বুলি প্ৰজাসবে কৰে কৌতূহল। নগৰী জনৰ হেন লখিল স্বভাব। পাইলন্ত সুমন্ত্ৰ গৈয়া ৰাঘৱৰ ঠাৰ॥ ১৬৩৯ ৰামৰ প্ৰাসাদ শোভে কৈলাস সমান। বিদ্যুতৰ কান্তি হেন জ্বলে থানে থান॥ স্থৱৰ্ণৰ মাগুলি চালত বলিয়াইল। বৈদুৰ্য্য ৰুৱলি শুদ্ধ ৰজতেহি চাইল॥ ১৬৪০ শতেক শতেক হাত চৈধ্যয় মাগুলি। পঞ্চাশ পঞ্চাশ হাত একৈক ৰুৱলি॥ তিনি পাৱ ভুমিক মাগন্ত বোলে ছান্দি। পাতালত বলিক থাপিল৷ কবি বন্দী॥ ১৬৪৬ বিষ্ণুক লেখিল৷ গৰুড়ব স্কন্ধে মতি। ডাহিনত লক্ষ্মী বাম পাশে সৰস্বতী | লেখিয়াছে ব্ৰহ্মাক কুবেৰ দেৱবাজ। বায়ু বৰুণক আদি দেৱতা সমাজ॥ ১৬৪৭ ভূমিত পাৰিল নেত বস্ত্ৰ অহৰ্নিশ। শুকুল চামবে হুমণ্ডিত চতুৰ্দ্দিশ | পুষ্পমালা হুগন্ধে আমোদ সৰ্ব্বক্ষণ। ৰত্ন সব জ্বলে আতি দেখি সুশোভন॥ ১৪৪৮