অযোধ্যাকাণ্ড ৰাঘৱক ৰাজ্য দিবে৷ বুলি আইলা ঠাৱে॥ কৈকেয়ীক খোজে ৰাজ৷ হৰষিত ভাৱে। স্ত্ৰীগণ লৈয়া খুজি ক.বা নৃপবৰে। দেখন্ত কৈকেয়ী শ্ৰুতি আছে ক্ৰোধঘৰে॥ ১৬০৪ হস্তিনী আচয় যেন পৰিয়া নৈবাণ। মহাগজ সম ৰাজা চাপিলন্ত পাশ॥ ৰামক তেজিয়৷ আন যত মাগ বৰ। হৃদয় কাটিয়া দিবো পুণ্য নিবন্তৰ॥ ১৬১১ ! হেন সে আবুধি তই মিছা কৰ গহ। কিনো মোত সাধিবি বেকত কৰি কহ॥ কৈকেয়ী বোলয় আপোনাৰ মত ৰাখি। চন্দ্ৰ সূৰ্য্য বায়ু বহুমতী হৈবা সাথি || ১৬১২ সত্য এৰিলতে ঘিবা আছে দোষ তাত। কৰে কৰ ধৰি ৰাজ৷ বুলিলন্ত ভাৱ। পূৰ্ব্বত নৃপতি মোক দুই বব দিল। হুগৰিয়ে৷ প্ৰভ্ৰ তাৰ সময় মিলিল॥ ১৬১৩ শুনিয়ে৷ গোসাই দশৰথ মহাৰাজ। এই সব সাজে ভবতক দিয়ো বাজ॥ বামত সম্প্ৰতি তুমি হৈয়োক নৈৰাশ। চৌধ্য বৰিবক লাগি দিয়ো বনবাস॥ ১৬১৪ । বাজ্য এবি গৈয়৷ ৰামে বঞ্চোক বনত। কবি বুববাজ বাজ্যে থাপিয়ে৷ ভৰত। এই দুই বৰ মোক দিয়া প্ৰহ্ল যেবে। ৰাম অভিষেক কালি শীঘ্ৰে চাল গাৰ॥ ১৬০৫ : তুমি সৰ দৃষ্ট দেৰ দেখাহা সাক্ষাত॥ উঠ প্ৰাণেশ্বৰী অৱসান ভৈল বেলা। তোক যি অনিষ্ট চিন্তে মোক কবে হেলা॥ নাবীজন হোবে অনুৰূপ কৰো দণ্ড। পুৰুষৰ নামে কাটি কৰে৷ নৱ খণ্ড॥ ১৬০৬ মই মন্দ কবিলোগে নলখোহো হেন। বৃদ্ধৰ তৰুণী ভাৰ্য্যা দেখে৷ প্ৰাণ যেন॥ কোনে মন্দ চিন্তিলেক পাইবে পাপ ফল। সপুত্ৰ বান্ধৰ সমে যাইব বসাতল॥ ১৬০৭ নিধনী হৈৰেক ধনী ধনীয়ে নিন। কাহাক দণ্ডিবো বোল তোৰ নাক মন॥ যত বহুভণ্ডাৰ আছয় এথা মোৰ। যেই লাগে লৈয়োক হৰিষ মন তোৰ॥ ১৬০৮ উঠ উঠ প্ৰাণেশ্বৰী নতু শুন কাজ। পুণ্যযোগে কালি শ্ৰীবামক দিবে। বাজ | এতেক বচন শুনি ভৰতৰ নাৰ। নৃপতিক দুখ দিবে চালিলন্ত গাৱ॥ ১৬০৯ কৈকেয়ী বোলন্ত প্ৰভু বচন ধৰিয়ে॥ যিকাৰ্য্যক বোলো তাক শপত কৰিয়ো॥ হেন শুনি দশৰথ স্ত্ৰীবশ ভৈলা। আপোন বধক লাগি গলপাশ লৈলা॥ ১৬১০ ৰাজ৷ বোলে প্ৰাণেশ্বৰী শুনিয়ো মনত। বামত তোমাত পৰে প্ৰিয় মাছে কত॥ পূৰ্ণব অঙ্গীকাৰ তব সত্য হোৱে তেবে॥ ১৬১৫ এতেকে আমাৰ হোৰে চিত্তত সন্তো সত্যক এৰিলে জানা নেন হবে দোন॥ কৈকেয়ীৰ বচনত হৃদয় ভেদিন। বাঘিনীক দেখি যেন যুগ চলি॥ ১৬১৬ ভয় হন্তে নৃপতিৰ শিহবিল গাৰ। মৃতক স্বভাৰ ভৈল। কম্পে হাত পাৱ॥ শোকে দুখে বাজাব মোহিত ভৈল চিত। বিন্নুচ্ছিত হুয়া বাজা পৰিল৷ ভূমিত॥ ১৬১৭ বিহ্বল ভৈলন্ত বাজা কল্পে কলেবৰ। পৰিল৷ অনাথ যেন ৰাজ বাজেশ্বৰ॥ কতোবেলি দশবথে পাইলন্ত চেতন। মহাক্ৰোধে কৈকেয়ীক বুলিল৷ বচন॥ ১৬১৮ ২
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/১৭
অৱয়ব