পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

37

ৰক্তপান প্রভূতি প্রতিজ্ঞা এতিয়াও ভীমৰ, মনৰূপৰ| গুচ| নাই, আৰু নুগুচে ৷ ইন্দ্ৰ, যম, কুৰেৰ, বৰুণ, অন্য কি স্বয়ং ভগবান শিৱও যদি দুধ্যোধনৰ ফলীয়| হৈ যুদ্ধ কৰে তথাপি তাৰ নিস্তাৰ নাই । এই ত্ৰিভুবনত এনেকুৱ৷ কোনে বীৰ নাই যি হৰ্ধ্যোধনক ভীমৰ হাতবপৰ| সৰুৱাব পাৰে ৷ দ্ৰোণ, কণ, অশ্বখম৷, কৃপাচাৰ্য্য, প্ৰভৃতি বীৰসকল ভীমৰ মনত তৃণ- কুট| ! মহাৰাজ, ! আপুনি আমাৰ গুক আৰু আপোনাৰ | বাক্য শিৰোধাৰ্য্য। কিন্তু এই কথাত মোৰ সম্পূৰ্ণ অমত | (তৰোৱাল দিয়ে) এই তৰোৱালেৰে ভীমক খণ্ড খণ্ডকৈ কাটি কুকুৰ শিয়ালক খুৱাওক, তথাপি ভীমে এই কথাত কেতি- য়া'ও মাঞ্জি নহয়। পিতামহ পৰিলেই । এতিয়৷ বীৰৰ ভিত- ৰত গুৰু দ্ৰোণ, ভাৰু কণ, নিলাজ দুঃশাসন, ঢুটকীয়৷ শকুনি আধন্মী আকু ব্যভিচাৰী দুৰ্য্যোধন মান । ইহঁতৰ ভয়ত কক ৰ্নত পলাই থাকিব লাগে তেন্তে ভীম কেলেই জীয়াই আহে :

আীকুষ্ণই কিয় জগদীশ্বৰ নাম লৈছে ? অৰ্জ্জুনে কি কাৰণে গাণ্ডীব ধৰিছে ? আপোনাৰ ইঙ্গিত পালে এতিয়াই এই গদাৰ কোবত দ্ৰোণাচাৰ্ধ্যে ত্ৰাহি ত্ৰাহি ডাকিলেহেতেন ! কৰ্ণ ই চম্ভালি এবি হাবিয়ে বননিয়ে লুকাই ফুৰিলেহেতেন ! নিলাজ দু্ংশাসনৰ তেজেবে দ্ৰোপদীৰ চুলি আৰু ভীমৰ মুখ ইমান দিনে ৱক্স| পৰিলহেতেন ! দুষ্ট শকুনিয়ে দাতত তৃণ লৈ ধৰ্ম্মবাজৰ ওচৰত ক্ষম| ভিক্ষ| কৰিলেহেতেন ! সিহঁতে ইমান দিনলৈ যে মহতালি কৰি ফুৰিছে আপুনিয়েই তাৰ কাৰণ;